জন্ম
- ১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
- ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
- ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১)
- ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
- ১৯৮০ - ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।
মৃত্যু
- ২০১৫ - ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
- ২০১৭ - ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
- ২০২১ - গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।
দিৱস
- স্বাধীনতা দিৱস (ঘানা)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৪০৯৮৭৬ (৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।