জন্ম
- ১৯২২ - ৰবীন দে, অসমীয়া থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা।
- ১৯২৬ - অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় সাহিত্যিক।
- ১৯৩৮ - শশী কাপুৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৯ - অৰ্চনা মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৬ - অৰুন্ধতী ভট্টাচাৰ্য্য, ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ।
- ১৯৫৭ - ৰত্না পাঠক শ্বাহ, ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক।
মৃত্যু
- ১৯৭৭ - সিদ্ধেশ্বৰী দেৱী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৮০ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
দিৱস
- শিক্ষক দিৱস (ছিৰিয়া)
- পতাকা দিৱস (আৰুবা)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৯৩৪১ (১৮ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।