অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৱিকিমেনিয়া

ৱিকিমেনিয়া (Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৱিকিমেনিয়া (Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত জ্ঞান আৰু মুক্ত সমল, আৰু এই বিষয়সমূহৰ লগত জড়িত বিভিন্ন সামাজিক আৰু কাৰিকৰী দিশবোৰৰ বিষয়ে আলোচনা কৰা হয়।

সন্মিলনসমূহ

+ ৱিকিমেনিয়া সন্মিলনসমূহসন্মিলনতাৰিখস্থানমহাদেশউপস্থিতিপ্ৰেজেণ্টেচনবোৰৰ সংগ্ৰহ
ৱিকিমেনিয়া ২০০৫৫-৭ আগষ্টFlag of Argentina.svgফ্ৰেংফুট, জাৰ্মানীইউৰোপ380১স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০০৬৪-৬ আগষ্টকেম্ব্ৰিজ, আমেৰিকা যুক্তৰাষ্ট্ৰউত্তৰ আমেৰিকা400২স্লাইড আৰু পেপাৰ, ভিডিঅ’
ৱিকিমেনিয়া ২০০৭৩-৪ আগষ্টটাইপাই, টাইৱানএছিয়া440৩কমন্সত গেলাৰী
ৱিকিমেনিয়া ২০০৮১৭-১৯ জুলাইFlag of Egypt.svgআলেকজেন্দ্ৰিয়া, ইজিপ্তআফ্ৰিকা625সাৰাংশ, স্লাইড,ভিডিঅ’
ৱিকিমেনিয়া 2009২৬-২৮ আগষ্টFlag of Argentina.svgবুয়েনোচ আইৰেচ, আৰ্জেণ্টিনাদক্ষিণ আমেৰিকা559৪স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১০৯-১১ জুলাইগডনস্ক, পোলেণ্ডabout 500৫স্লাইড
ৱিকিমেনিয়া ২০১১৪-৭ আগষ্টহাইফা, ইজৰাইল720৬স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১২১২-১৫ জুলাইৱাছিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ
ৱিকিমেনিয়া ২০১৩৭-১১ আগষ্টহংকং, চীন

তথ্যসূত্ৰ

  1. ↑ Main Page – Wikimania 2006. wikimedia.org
  2. ↑ The Many Voices of Wikipedia, Heard in One Place. New York Times, August 7, 2006
  3. ↑ "In Taipei, Wikipedians Talk Wiki Fatigue, Wikiwars and Wiki Bucks". New York Times. Noam Cohen, Saul Hansell (ed). August 3, 2007
  4. ↑ Wikimania#Wikimania 2009 Wikimedia.org
  5. ↑ Wikimania 2010 site – Attendees. wikimedia.org
  6. ↑ Wikimania 2011 in Haifa

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া ফাউণ্ডেশ্যনসন্মিলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিমেনিয়া” প্ৰবন্ধৰ সংশোধন ৩৮৩৬৩২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।