অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৯ মাৰ্চ

২০১৫ - অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত একাদশ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত হয়। নিউজিলেণ্ডক ৭ উইকেটত পৰাজিত কৰি অষ্ট্ৰেলিয়া ৫ম বাৰৰ বাবে চেম্পিয়ন হয়। ১৯২৯ - উৎপল দত্ত, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু লেখক। ১৯৩৩ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।

হালনাগাদ: ২৭ মাৰ্চ ২০২৩ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

মৃত্যু

  • ২০২০ - পৰৱাই মুন্নিয়াম্মা, ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী।
  • ২০২২ - চাৰ্লছ জেফ্ৰে, বৃটিছ উদ্ভিদবিজ্ঞানী

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৫১১১০ (২৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।