বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জীয়ানেজীয়া পখিলা
জীয়ানেজীয়া পখিলা, (Lamproptera meges, যাক সাধাৰণতে গ্ৰীণ ড্ৰেগনটেইল বুলি জনা যায়), হ'ল Papilionidae গোত্ৰৰ অন্তৰ্ভুক্ত এটা প্ৰজাতি। এই পখিলাবিধ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্তত পোৱা যায়। ইয়াৰ দহটা উপ-প্ৰজাতি আছে।
-
জেঠী সমূহৰ নাম তালিকা
{| ! সাধাৰণ/অসমীয়া নাম !! বৈজ্ঞানিক নাম !! ইংৰাজী নাম !! বিতৰণ !! ছবি |- | হালধীয়া পেটৰ জেঠী || Hemidactylus flaviviridis || || ভাৰত, ইউৰোপ, এচিয়া, আফ্ৰিকা, আমেৰিকা, শ্ৰীলংকা আৰু চীন || |- | হেমিডাক্টাইলাছ একাণ্ঠফলিছ || Hemidactylus acanthopholis || || তামিল নাডু, ভাৰত || |- | হেমিডাক্টাইলাছ…
-
দ'ত
দ'ত বা দৈত্য হৈছে এবিধ অপদেৱতা। পাৰ্থিৱ ভূত-প্ৰেত সমূহৰ ভিতৰত দ'ত হৈছে এবিধ জলচৰ অপদেৱতা। দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়।
-
দশভুজ
জ্যামিতিত দশভূজ (গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন") হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°
-
দাণ্ডি সমুদ্ৰ-তীৰ
দাণ্ডি সমুদ্ৰ-তীৰ হ'ল গুজৰাটৰ দাণ্ডি গাঁৱত অৱস্থিত এটি উল্লেখযোগ্য সমুদ্ৰ-তীৰ। আৰৱ সাগৰৰ ই এখন আটাইতকৈ পৰিস্কাৰ সমুদ্ৰ-তীৰ। দাণ্ডি সমুদ্ৰ-তীৰ ঐতিহাসিক ভাৱে প্ৰসিদ্ধ স্থান কাৰণ মোহনদাস কৰমচান্দ গান্ধীয়ে সৱৰমতী আশ্ৰমৰপৰা দাণ্ডি সমুদ্ৰ-তীৰলৈ হোৱা লোণ আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল।
-
নিৰ্দেশ পত্ৰ
নিৰ্দেশ পত্ৰ হৈছে যুক্তৰাজ্যৰ এক চৰকাৰী নথি যি মহামহিম চৰকাৰে (এইচএমজি) জাৰি কৰি সংসদত দাখিল কৰে। শ্বেতপত্ৰ, সেউজপত্ৰ, সন্ধি, চৰকাৰী সঁহাৰি, খচৰা বিধেয়ক, ৰাজকীয় আয়োগৰ প্ৰতিৱেদন, স্বতন্ত্ৰ অনুসন্ধান আৰু বিভিন্ন চৰকাৰী সংগঠনৰ প্ৰতিৱেদন নিৰ্দেশ পত্ৰ হিচাপে প্ৰকাশ কৰিব পাৰি, তেনেকৈ কোৱা হয় কাৰণ…
-
নৱভুজ
নৱভূজ ৯ ৰেখা-খণ্ডৰে নিৰ্মিত ৱহুভূজ।
-
পদশিলা
পদশিলা অসমৰ সংস্কৃতি জগতৰ এটা বহু পুৰণি কৃষ্টি। শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে। অসমীয়া সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান।
-
পসেনদি
পসেনদি (पसेनदि পসেনদি; प्रसेनजित् প্ৰসেনজিৎ; খ্ৰীষ্টপূৰ্ব ৬ম শতিকা) কোসলৰ এজন ঐক্ষ্বাক শাসক আছিল। শ্ৰাৱস্তী আছিল তেওঁৰ ৰাজধানী। সঞ্জয় মহাকোসলৰ পিছত তেওঁ সিংহাসনত আৰোহণ কৰে। তেওঁ গৌতম বুদ্ধৰ এজন বিশিষ্ট উপাসক (সাধাৰণ অনুগামী) আছিল, আৰু বুদ্ধৰ বাবে বহুতো বৌদ্ধ মঠ নিৰ্মাণ কৰিছিল।
-
পাল্কী গাড়ী
পাল্কী গাড়ী হৈছে ভাৰতৰ চাৰিচকীয়া ঘোঁৰাগাড়ী যাক হেকনি গাড়ী (ৰাজহুৱা ভাড়াগাড়ী) হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বানান ঘৰী, গৰী, গেৰী আৰু অন্যান্য ধৰণে কৰা হৈছে। চালকজনক গাড়ী-ৱালা বুলি কোৱা হয়।
-
পৰুৱা (ভূত)
পৰুৱা (Porua) এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে।
-
ফাৰেনহাইট
ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে।
-
ফিফা বিশ্বকাপ শুভংকৰ
১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ।
-
ফেদা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ফেদা, নৰৱেৰ পুৰণি ভেষ্ট-আগডাৰ কাউন্টিৰ এখন পূৰ্বৰ পৌৰসভা। ফেদা, নৰৱেৰ আগডাৰ কাউণ্টিৰ ক্ভিনেছডাল পৌৰসভাৰ এখন গাঁও। ফেদা: দ্য এমব্লেম অৱ জাষ্টিছ, ১৯৯৪ চনৰ জাপানীজ ভিডিঅ' গেম। ফেদা আইছ’ভিচ, এগৰাকী বছনিয়ান চিত্ৰনাট্যকাৰ।
-
বহুবিশাৰদ
বহুবিশাৰদ or polyhistor এনে এগৰাকী ব্যক্তি যাৰ বহুতো বিষয়ৰ জ্ঞান থকাৰ লগতে, সেই জ্ঞানৰ প্ৰয়োগ কৰি নিৰ্দিষ্ট কোনো সমস্যা সমাধান কৰিব পাৰে। বহুবিশাৰদসকলে প্ৰায়েই এটা বিশেষ প্ৰসংগ পছন্দ কৰে যাৰ যোগেদি তেওঁলোকে নিজৰ জ্ঞানৰ প্ৰকাশ কৰে, আনহাতে কিছুমানে বিমূৰ্তভাৱে বা সৃষ্টিমূলক কৰ্মেৰে নিজৰ জ্ঞানৰ…
-
বাইডাক
বাইডাক ( ৰাছিয়ান: байда́к, বেলাৰুছ: байда́к, ইউক্ৰেইনীয়: байда́к ) আছিল কাঠৰ পালতোলা জাহাজ, কগৰ সৈতে মিল থকা। ইয়াৰ তলৰ অংশটো প্ৰায় ৩–৪ মিটাৰ বহল, যিটো সৰু মূৰলৈকে সংকীৰ্ণ হৈছিল আৰু এডাল ৫ মিটাৰ মাস্তুল আছিল। প্ৰায় ১৫–২০ (বা ৩৬–৬০) মিটাৰ দৈৰ্ঘ্যৰ এখন বাইডাকে প্ৰায় ২০০ টন বোজা কঢ়িয়াব পাৰে।
-
বাচগোটি খানজাদা
বাচগোটি, বাচলগোটি বা বাচল, ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত সিঁচৰতি হৈ থকা এটা হিন্দু ৰাজপুত বংশ। ভাৰতত মুছলমান শাসনৰ সময়ত তেওঁলোকৰ বহুতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি বৰ্তমান বাচগোটি খানজাদা নামেৰে জনাজাত মুছলমান ৰাজপুত সম্প্ৰদায়ৰ অংশ হৈ পৰিছে।
-
বিপ্ৰচিত্তী
বিপ্ৰচিত্তী হিন্দু সাহিত্যত প্ৰচলিত এজন দানৱ, কাশ্যপ আৰু দনুৰ পুত্ৰ। বিষ্ণু পুৰাণত উল্লেখ আছে যে দনুৱে তেত্ৰিশজন শক্তিশালী অসুৰৰ জন্ম দিছিল, যাৰ ভিতৰত বিপ্ৰচিত্তী আছিল জ্যেষ্ঠ, শম্বৰ আদিক তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে লৈ। মহাভাৰতৰ মতে তেওঁৰ ভাতৃ পুলোমনক ইন্দ্ৰৰ দ্বাৰা বধ কৰাৰ পিছত তেওঁ দানৱৰ ৰজা হয়।
-
বুকিত মেৰাহ
বুকিত মেৰাহ বা ৰেডহিল হৈছে ছিংগাপুৰৰ কেন্দ্ৰীয় এলেকাৰ দক্ষিণতম অংশত অৱস্থিত এক পৰিকল্পনা ক্ষেত্ৰ আৰু নতুন চহৰ এই পৰিকল্পনা ক্ষেত্ৰৰ সীমাত উত্তৰে টাংলিন, পশ্চিমে কুইন্সটাউন আৰু পূবে কেন্দ্ৰীয় অঞ্চল ডাউনটাউন কোৰ, আউটৰাম আৰু ছিংগাপুৰ নদী পৰিকল্পনা অঞ্চল আছে।
-
বৰা (উপাধি)
বৰা (Bora) হৈছে চুতীয়া ৰাজ্য আৰু পাছলৈ আহোম ৰাজ্যৰ এক পাইক কৰ্মচাৰী।। বৰা বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
ভাৰত ৰত্ন প্ৰাপক অসমীয়াৰ তালিকা
ভাৰত ৰত্ন (भारत रत्न) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।
-
ভাৰতীয় কাৰ্প
ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়: Catla catla, প্ৰধান (ভাৰতীয়) কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ মাছ। * Cirrhinus cirrhosus, মিৰিকা মাছ, ভাৰতীয় নদীত পোৱা কাৰ্প পৰিয়ালৰ এবিধ থলুৱা মাছ।
-
ভাৰতীয় দাৰ্শনিকৰ তালিকা
ভাৰতীয় দৰ্শন, ভাৰতীয় উপমহাদেশৰ সভ্যতাই গঢ়ি তোলা চিন্তাৰ প্ৰতিফলন আৰু ব্যৱস্থা। ইয়াৰ ভিতৰত গতানুগতিক (আস্তিক) দুয়োটা পদ্ধতি যেনে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব-মিমাংসা (বা মিমাংসা), আৰু বেদান্ত (অদ্বৈত, দ্বৈত, ভেদভেদ, বিশিষ্টদ্বৈত), আৰু অগতানুগতিক (নাস্তিকা) ব্যৱস্থা, যেনে বৌদ্ধ, জৈন…
-
ভাৰতীয় ন্যায় সংহিতা
ভাৰতীয় ন্যায় সংহিতা (IAST: Bhāratīya Nyāya Saṃhitā), ভাৰতীয় গণৰাজ্যৰ অপৰাধ সংহিতা। ই এক বস্তুনিষ্ঠ আইন।
-
ভূপেন হাজৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ভূপেন হাজৰিকা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: ভূপেন হাজৰিকা, (১৯২৬-২০১১), অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।
-
ভূপেন হাজৰিকাৰ কৰ্মৰাজি
ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে। তেখেতে মৰণোত্তৰভাৱে ২০১২ চনত পদ্ম বিভূষণেৰে সন্মানিত হয়
-
মঙ্গল পাণ্ডে
চিপাহী মংগল পাণ্ডে (হিন্দী: মঙ্গল পাণ্ডে (এই শব্দটো শুনো (সহায়·তথ্য); জুলাই 19, 1827 – 8 এপ্ৰিল, 1857) এজন ভাৰতীয় সৈনিক আছিল যি 1857 চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ আৰম্ভণিতে মুখ্য ভূমিকা পালন কৰিছিল।
-
মাদেইৰা
মাদেইৰা (পৰ্তুগীজ উচ্ছাৰণ:[mɐˈðɐjɾɐ],Madeira), আনুষ্ঠানিকভাৱে মাদেইৰাৰ স্বায়ত্তশাসিত অঞ্চল (পৰ্তুগীজ:Região Autónoma da Madeira), পৰ্তুগালৰ দুটা স্বায়ত্তশাসিত অঞ্চলৰ ভিতৰত এটা, আনটো হৈছে এজোৰেছ।
-
মি এট দ্য জু
মি এট দ্য জু ইউটিউবত আপল'ড হোৱা প্ৰথম ভিডিঅ'। ছাইটৰ সহ-সংস্থাপক জাৱেদ কৰীমে জাৱেদ ব্যৱহাৰকাৰী নামেৰে ২৩ এপ্ৰিল ২০০৫ত এই ভিডিঅ' আপল'ড কৰিছিল। তেওঁ সেইদিনাই নিজৰ ইউটিউব একাউণ্ট সৃষ্টি কৰিছিল।
-
মিত্ৰ-বৰুণ
মিত্ৰ আৰু বৰুণ ঋগবেদৰ প্ৰাচীন ভাৰতীয় শাস্ত্ৰত সঘনাই উল্লেখ কৰা দুজন দেৱতা। দুয়োকে আদিত্য অৰ্থাৎ অদিতিৰ পুত্ৰ বুলি গণ্য কৰা হয়; আৰু তেওঁলোক ঋতৰ সৎ ক্ৰমৰ ৰক্ষক। তেওঁলোকৰ সংযোগ ইমানেই ঘনিষ্ঠ যে সঘনাই মিত্ৰ–বৰুণ যুৰীয়া নামত এওঁলোকৰ সংযোগ ঘটে।