জন্ম
- ১৯৩৯ - পাৰ্থ চট্টোপাধ্যায়, বঙালী সাহিত্যিক আৰু সাংবাদিক।
- ১৯৪২ - উপেন্দ্ৰ বৰকটকী, অসমীয়া সাহিত্যিক।
- ১৯৮৫ - আচিন থত্তুমকাল, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যম নৃত্যশিল্পী।
- ২০০২ - জেৰেমী লালৰিন্নুংগা, ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু
- ১৯৬১ - চন্দ্ৰধৰ বৰুৱা, কবি তথা অসম সাহিত্য সভাৰ সভাপতি।
- ১৯৭৪ - মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
- ১৯৯৮ - ৰিদিপ দত্ত, অসমৰ কণ্ঠশিল্পী।
- ২০১৫ - জিতেন ডেকা, "মোৰ শুকুলা ঘোঁৰা" গীতেৰে খ্যাত কণ্ঠশিল্পী।১
দিৱস
- ৰাষ্ট্ৰীয় দিৱস (অষ্ট্ৰিয়া)।
বাহ্যিক সংযোগ
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
- ↑ (26 October 2015). Singer dies in road accident. telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৫৪৮৩ (২৪ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।