অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ ( National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: মেঘালয়, [[অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে।

হালনাগাদ: ১ জুন ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ ( National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: মেঘালয়, অসম আৰু [[ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৩০ কিঃমিঃ (৩৯১ মাইল)। ইয়াৰে ১৮৪ কিঃমিঃ (১১৪ মাইল) মেঘালয়ত, ১১১ কিঃমিঃ (৬৯ মাইল) অসমত আৰু কিঃমিঃ (মাইল) ত্ৰিপুৰাত আছে। এই ঘাইপথটোৱেই হৈছে একমাত্ৰ ঘাইপথ, যিটোৱে ত্ৰিপুৰাক উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগত সংযোগ কৰিছে।১

বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে।

সংযোজিত ঠাইসমূহ

  • শ্বিলং
  • জোৱাই
  • লাড ৰিম্বাই
  • পাচয়িহ
  • বদৰপুৰ ([:en:[Badarpur, India|Badarpur]])
  • আগৰতলা
  • চাব্ৰুম

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Highways and their lengths. National Highways Authority of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬১০৮০২ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।