অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৫ মাৰ্চ

১৯১৮ - মস্কোক ৰাছিয়াৰ ৰাজধানী কৰা হয়। ১৯০৫ - প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় সাহিত্যিক। ১৯১১ - সুব্ৰত মুখোপাধ্যায়, ভাৰতীয় বায়ু সেনাৰ জনক। ১৯১২ - পূৰ্ণানন্দ দত্ত, অসমীয়া মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী। ১৯১৩ - গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।

হালনাগাদ: ৭ মাৰ্চ ২০২৩ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৭৯৩১ (৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।