এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৮৮৫ - ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়। ১
- ১৮৯৫ - লুমিয়েৰ ভাতৃদ্বয়ে চিনেমাটোগ্ৰাফ আৱিষ্কাৰ কৰে।১
জন্ম
- ১৯০৭ - গণেশ গগৈ, অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি।
- ১৯১১ - ফনি মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৩২ - ধীৰুভাই আম্বানি, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
- ১৯৩৪ - মেগী স্মিথ, হলিউডৰ অভিনেত্ৰী।
- ১৯৩৭ - ৰতন টাটা, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
- ১৯৫২ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
মৃত্যু
- ১৯৪৮ - মহম্মদ চালেহ আকবৰ হাইদৰী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা।
- ১৯৬৭ - ওঙ্কাৰনাথ ঠাকুৰ, ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক।
দিৱস
- গণতন্ত্ৰ দিৱস (দক্ষিণ ছুডান)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৩৯ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।