অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৮ মাৰ্চ

১৯২৭ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ। ১৯২৮ - আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক, ফৰাচী গণিতজ্ঞ। ১৯৪৯ - মাইকেল ডব্লিউ. ইয়ং, আমেৰিকান বংশগতি বিজ্ঞানী। ১৯৫৬ - স্বাতী পিৰামল ভাৰতীয় বিজ্ঞানী। ১৯৬৮ - মেক্সিম গৰ্কী, ৰাছিয়ান আৰু ছোভিয়েট লিখক। (মৃত্যু: ১৮ জুন, ১৯৩৬) ১৯৭৯ - শাকিৱ খান, বাংলাদেশী অভিনেতা।

হালনাগাদ: ২৬ মাৰ্চ ২০২৩ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জন্ম

মৃত্যু

  • ১৫৯২ - জন এম'ছ কমেনিয়াছ, চেক গণৰাজ্যৰ দাৰ্শনিক।
  • ১৯৪১ - ভাৰ্জিনিয়া উল্‌ফ, ব্ৰিটিছ ঔপন্যাসিক। (জন্ম: ২৫ জুন, ১৮৮২)
  • ১৯৬৮ - হলধৰ ভূঞা, অসমীয়া সমাজকৰ্মী। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জনমদাতা।
  • ২০১৯ - প্ৰফুল্ল ৰাজগুৰু, অসমীয়া শিক্ষাবিদ, সাংবাদিক।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৫০৮৮৯ (২৬ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।