অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২ মাৰ্চ

২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।

হালনাগাদ: ৩ মাৰ্চ ২০২৩ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।

ঘটনাৱলী

  • ১৯৯১ - শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।

জন্ম

  • ১৯২৩ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী।
  • ১৯৩০ - জন কলম, আমেৰিকান অভিনেতা।
  • ১৯৮৬ - জয়ন্ত তালুকদাৰ, অসমীয়া ধনুৰ্বিদ।
  • ১৯৯০ - টাইগাৰ শ্ৰফ, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৯৪৯ - সৰোজিনী নাইডু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৯৪ - অনিতা মৰিছ, আমেৰিকান অভিনেত্ৰী।
  • ২০১৩ - শৱনম শাকিল, পাকিস্তানী কবি।
  • ২০২১ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

মাৰ্চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৭৬০০ (৩ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।