জন্ম
- ১৯২২ - অল্গা লেডিজেংস্কায়া, ৰাছিয়ান গণিতজ্ঞ।
- ১৯২৫ - ৰবীন্দ্ৰ কেলকৰ, ভাৰতীয় লেখক।
- ১৯৩২ - নন্দ তালুকদাৰ, অসমীয়া গৱেষক আৰু জীৱনীকাৰ।
- ১৯৪৪ - ইন্দুলতা শুক্লা, ভাৰতীয় শিক্ষাবিদ।
- ১৯৪৯ - গোলাম নবী আজাদ, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
- ১৯৫২ - পৰমহংস যোগানন্দ, ভাৰতীয় সন্যাসী।
- ১৯৯৯ - ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
- ২০১২ - বসন্ত দাস, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক।
- ২০১২ - ৰবি শংকৰ শৰ্মা, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৭ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৭৯৩৪ (৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।