অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২২ জুন

১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়। ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল। ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল। ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল। ১৮০৭ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী।

হালনাগাদ: ২১ জুন ২০২৩ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
  • ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
  • ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
  • ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।

জন্ম

মৃত্যু

  • ১০৩৭ - ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
  • ১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
  • ২০১৬ - সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।

দিৱস

  • শিক্ষক দিৱস (এল ছালভাদোৰ)।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৯৩৫৬ (২১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।