ঘটনাৱলী
- ১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়।
- ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
- ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
- ১৯৮৯ - নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।
জন্ম
- ১৬৫৫ - বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি, ইটালীৰ বাদ্যযন্ত্ৰ নিৰ্মাতা। এখেতক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে জনা যায়।
- ১৮২৫ - থমাছ হেনৰি হাক্সলি, ইংৰাজ জীৱবিজ্ঞানী আৰু বিজ্ঞান লেখক।
- ১৯০৫ - আন্না চান্দী, ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ।
- ১৯২৯ - অড্ৰী হেপ্বাৰ্ন, ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৪০ - ৰবিন কুক, আমেৰিকান চিকিৎসক আৰু লেখক।
- ১৯৮৯ - সতীশ কুমাৰ, ভাৰতীয় বক্সাৰ।
মৃত্যু
- ১৭৯৯ - টিপু চুলতান, মহীশূৰৰ ৰাজপুত।
- ১৮৬১ - ইলাইজা হুইট্নি ব্ৰাউন, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক তথা লেখিকা।
- ১৯৯৭ - এলেন গিঞ্চবাৰ্গ, আমেৰিকান কবি।
দিৱস
- আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস
- যুৱ দিৱস (ফিজি)
- বিশ্ব খনি শ্ৰমিক দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৪০৫০ (৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।