সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চৰবৎ
শৰ্বট বা চৰবৎ বা চৰ্বত ( ফাৰ্চী: شربت) ফল বা ফুলৰ পাহিৰ পৰা প্ৰস্তুত কৰা এবিধপানীয় ইয়াক মিঠা সোৱাদত আৰু সাধাৰণতে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াক ঘনীভূত ৰূপত পৰিবেশন কৰি চামুচেৰে খালে বা পানীৰে পাতল কৰি পানীয় সৃষ্টি কৰিব পাৰি।
-
ছংকক
ছংকক, পেচি বা কপিয়া হৈছে ব্ৰুণেই, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, দক্ষিণ ফিলিপাইনছ আৰু দক্ষিণ থাইলেণ্ডৰ লোকে পিন্ধিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা এটা পৰম্পৰাগত টুপী। মুছলমান পুৰুষ সকলে এই টুপী বেছিকৈ পিন্ধা দেখা যায়।
-
ছমপট
ছমপট (ইংৰাজী: sampot; খমেৰ: សំពត់ /sɑmpʊət/ খমেৰ উচ্চাৰণ: [sɑmpɔt]), হৈছে দেহৰ তলৰ অংশত চাৰিওফালে মেৰিয়াই পিন্ধা এবিধ দীঘল, আয়তাকাৰ বস্ত্ৰ। ই কম্বোডিয়াৰ এবিধ পৰম্পৰাগত পোছাক। ইয়াক বিভিন্ন ধৰণে ভাঁজ কৰি পিন্ধিব পাৰি। দক্ষিণ এছিয়াৰ পৰম্পৰাগত সাজ-পোছাক ধুতিৰ সৈতে ছমপটৰ মিল আছে।
-
ছাইন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
ছাইন ফাউণ্ডেশ্যন (ইংৰাজী: SYNE Foundation) হৈছে এক বহনক্ষম, সমতাপূৰ্ণ আৰু সামাজিকভাবে স্থিতিস্থাপক ভৱিষ্যত গঢ়ি তোলাৰ বাবে সমৰ্পিত এক অভিযান পৰিচালিত সংগঠন।
-
ছাগলীৰ তৰকাৰী
ছাগলীৰ তৰকাৰী (Goat curry), ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা ৰন্ধা খাদ্য, ই ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হৈছে। ই দক্ষিণ-পূব এছিয়াৰ খাদ্য, কেৰিবিয়ান খাদ্য, ভাৰত উপমহাদেশৰ খাদ্যৰ মূল খাদ্য।
-
ছান মেৰিনোৰ নাৰী
ছান মেৰিনোৰ নাৰী (Women of San Marino) ৰ জৰিয়তে সাধাৰণতে ইউৰোপীয় মহিলাকে বুজোৱা হয়, যিসকল মহিলাই ছান মেৰিনো ৰিপাব্লিকত বাস কৰে অথবা তেওঁলোক ইয়াৰ পৰা আহিছে।
-
ছামিয়া আল আঘবৰী
ছামিয়া আল-আঘবাৰী (Samia al-Aghbari)এগৰাকী য়েমেনী ব্লগাৰ৷ তেওঁ য়েমেন চৰকাৰ আৰু উগ্ৰবাদৰ সক্ৰিয় সমালোচক। ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহে ক্ষমতা ত্যাগ কৰিবলৈ বাধ্য হোৱা ৰাজপথৰ প্ৰতিবাদত তেওঁ বিশিষ্ট ভূমিকা পালন কৰিছিল।
-
ছায়ংছং
ছায়ংছং: Sayongsong, হৈছে ফিলিপাইনছৰ পৰম্পৰাগত ভাপত দিয়া মিঠা চাউলৰ কেক যিটো শঙ্কু আকৃতিৰ কলৰ পাতত সুকীয়াভাৱে পৰিবেশন কৰা হয়। ই উত্তৰ-পূব মিন্দানাওৰ চুৰিগাও ডেল নৰ্টে আৰু কাৰাগাৰ বিভিন্ন অঞ্চলৰ লগতে ব'হল আৰু পূব ভিছায়াছ (য'ত ইয়াক চাৰুংছং বা আলিছুছ' বুলি জনা যায়) আৰু বিকল অঞ্চলত (য'ত ইয়াক…
-
ছাৰা উইলিয়াম খ্ৰীষ্টিয়ান
চাৰা উইলিয়ামছ খ্ৰীষ্টিয়ান (২৫ আগষ্ট, ১৯১৮ – ৭ মাৰ্চ, ১৯৮০) নাছকাৰ ( NASCAR, নেচনেল এছ'চিয়েচন ফৰ ষ্টক কাৰ অটো ৰেচিং)ৰ ইতিহাসত প্ৰথমগৰাকী মহিলা চালক আছিল।
-
ছিচেলছৰ নাৰী
ছিচেলছৰ নাৰীসকলে (Women in Seychelles) পুৰুষৰ দৰেই আইনী, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰে।
-
ছিপি
ছিপি ( বিকল্পভাৱে ছিম্পা'/ছিপা বুলি কোৱা হয়) ভাৰততে পূৰ্বপুৰুষৰ শিপা থকা লোকৰ এটা জাতি। এই লোকসকল মূলতঃ ৰাজপুত আৰু আগতে ক্ষত্ৰিয় সাজ-পোছাক পৰিধান কৰিছিল। এইসকল লোক যুদ্ধৰ কলাত পাকৈত আছিল, পিছলৈ এই জাতিৰ মানুহে ছপা কাম কৰিবলৈ আৰম্ভ কৰিছিল।
-
ছিমা
ছিমা হৈছে কোৰিয়ান পৰম্পৰাগত কাপোৰ জেওগৰী বা হানবকৰ চুটি জেকেটৰ সৈতে একেলগে পিন্ধা স্কাৰ্টক বুজোৱা এটা সাধাৰণ শব্দ। ইয়াক কোৰিয়ান হাঞ্জা ভাষাত sang বা gun (বন্দুক) বুলিও কোৱা হয়। সময়ৰ লগে লগে জেওগৰীৰ পৰিৱৰ্তন ঘটিছে যদিও ছিমা অংশটো সমগ্ৰ সময়ছোৱাৰ পৰিৱৰ্তনৰ লগে লগে তুলনামূলকভাৱে অপৰিৱৰ্তিত হৈ আছে।
-
ছিমা সমৰ
ছিমা সমৰ(Sima Samar; জন্ম ৩ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী হাজাৰা মানৱ অধিকাৰৰ সমৰ্থক, কৰ্মী আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ ভিতৰৰ চিকিৎসক, যি ২০০১ চনৰ ডিচেম্বৰৰ পৰা ২০০৩ চনলৈকে আফগানিস্তানৰ মহিলা পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনলৈকে ছুদানৰ মানৱ অধিকাৰৰ…
-
ছিয়েৰা লিয়নৰ নাৰী
ছিয়েৰা লিয়ন, আনুষ্ঠানিকভাৱে ছিয়েৰা লিয়ন ৰিপাব্লিক, পশ্চিম আফ্ৰিকাৰ এখন সাংবিধানিক গণৰাজ্য। ১৭৯২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ছিয়েৰা লিয়নৰ মহিলাসকলে জাতিটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুতৰ প্ৰভাৱ পেলাইছে।
-
ছিষ্টাৰ-হুড
ছিষ্টাৰ-হুড (Sister-hood) হৈছে ২০০৭ চনত নৰৱেৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱ অধিকাৰ কৰ্মী দীয়া খানে তেওঁৰ মেডিয়া আৰু কলা প্ৰযোজনা প্ৰতিষ্ঠান ফুউছৰ জৰিয়তে প্ৰতিষ্ঠা কৰা মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰৰ বাবে এক আন্তৰ্জাতিক মঞ্চ।
-
ছিষ্টাৰ্ছ ইন ইছলাম
ছিষ্টাৰ্ছ ইন ইছলাম (Sisters in Islam; SIS) ইছলাম আৰু সাৰ্বজনীন মানৱ অধিকাৰৰ পৰিসৰৰ ভিতৰত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মালয়েছিয়াৰ এটা নাগৰিক সমাজৰ সংগঠন।
-
ছিৱাৱা
ছিৱাৱা (; অৰ্থাৎ "কাপোৰেৰে মেৰিয়াই থোৱা কেঁচুৱা", যাক "গুইয়াং স্প্ৰিং ৰোল" বা "চিল্ক ডল" বুলিও জনা যায়) হৈছে চীনৰ গুইঝৌ প্ৰদেশৰ এবিধ পৰম্পৰাগত স্থানীয় বিখ্যাত খাদ্য পদ। এই খাদ্যবিধ প্ৰস্তুত কৰিবলৈ হাতৰ তলুৱাত সহজে খাপ খাই পৰা কাগজৰ দৰে পাতল বৰা চাউলৰ এখন ঘূৰণীয়া পিঠা বা পেনকেক ব্যৱহাৰ কৰা হয়।
-
ছুছি থাৰু
চুজি থাৰু (Susie Tharu; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা, প্ৰকাশক, অধ্যাপিকা, সম্পাদিকা আৰু মহিলা কৰ্মী। তেওঁ কেইবাটাও মহিলা কৰ্মী সংগঠন প্ৰতিষ্ঠা কৰিছে।
-
ছেং খাছি আন্দোলন
ছেং খাছি আন্দোলন উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ এক সামাজিক-সাংস্কৃতিক আন্দোলন ৷ এই আন্দোলনে খাছি সংস্কৃতি আৰু তেওঁলোকৰ পৰম্পৰাগত ধৰ্ম 'নিয়াম খাছি'ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সমৰ্থন কৰে।
-
ছেক্স কিটেন
ছেক্স কিটেন (ইংৰাজী: Sex kitten) হ’ল এনে এগৰাকী মহিলা যিয়ে এক যৌন উত্তেজক জীৱনশৈলী বা প্ৰচুৰ যৌন আগ্ৰাসন প্ৰদৰ্শন কৰে। এই শব্দটো ১৯৫৬ চনৰ আশে-পাশে ব্ৰিটিছ আৰু আমেৰিকান সংবাদ মাধ্যমৰ প্ৰবন্ধত উৎপত্তি হৈছিল আৰু মূলত ফৰাচী অভিনেত্ৰী ব্ৰিজিট বাৰ্ডোটক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
ছেনেগালৰ নাৰী
স্থানীয় ৰীতি-নীতি আৰু ধৰ্মৰ দ্বাৰা গঢ় লৈ উঠা ছেনেগালৰ মহিলাসকলৰ পৰম্পৰাগত সামাজিক মৰ্যাদা আছে। ২০০৫ চনৰ সমীক্ষা অনুসৰি ছেনেগালৰ ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ সকলো মহিলাৰ ভিতৰত মহিলাৰ যৌনাংগ বিকৃতিৰ (female genital mutilation) প্ৰাদুৰ্ভাৱৰ হাৰ ২৮%।
-
ছোমালিয়াৰ নাৰী
ছোমালিয়াৰ নাৰী (Women in Somalia) ছোমালি সমাজৰ এক মূল অংশ। পৰিয়াল তথা সামাজিক গাঁথনিত তেওঁলোকৰ কিছুমান স্পষ্টভাৱে নিৰ্ধাৰিত আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ ভিতৰত ছমালিলেণ্ডৰ সোমালি মহিলাসকলো অন্তৰ্ভুক্ত।
-
জংজি
জংজি (; চীনা: 粽子) হৈছে আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ পৰম্পৰাগত খাদ্য। এই খাদ্যৰ ভিতৰত বিভিন্ন মছলাৰ দৰে খাদ্য বস্তু ভৰাই বাঁহৰ পাত বা নল গছৰ পাত নাইবা অন্যান্য বহল পাতেৰে মেৰিয়াই দিয়া হয়। এই খাদ্য ভাপত বা উতলাই ৰান্ধি প্ৰস্তুত কৰা হয়।
-
জগন্নাথ হল
ঢাকা বিশ্ববিদ্যালয়ৰ জগন্নাথ হল বৌদ্ধ, খ্ৰীষ্টান, হিন্দুকে ধৰি ধৰ্মীয় সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মিত এটা আৱাসগৃহ। ১৯২১ চনত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰপৰাই নিৰ্মিত তিনিটা মূল আৱাসগৃহৰ ভিতৰত ই অন্যতম, আৰু ইয়াক অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কলেজসমূহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।
-
জনজাতীয় মহিলা শিল্পী সমবায়
জনজাতীয় মহিলা শিল্পী সমবায় (Tribal Women Artists Cooperative, সংক্ষেপে TWAC) প্ৰথমে ১৯৯৩ চনত বুলু ইমামে প্ৰতিষ্ঠা কৰিছিল। এই সমবায়খন অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত, নতুন দিল্লীৰ পুঁজিৰে চলা এটা জনজাতীয় কলা প্ৰকল্পৰপৰা গঢ় লৈ উঠিছিল।
-
জনাবাই
সন্ত জনাবাই ভাৰতৰ হিন্দু পৰম্পৰাৰ এজন মাৰাঠী ধৰ্মীয় সন্ত আৰু কবি আছিল। তেওঁৰ জন্ম সম্ভৱতঃ ত্ৰয়োদশ শতিকাৰ সপ্তম বা অষ্টম দশকত হৈছিল। ১৩৫০ চনত তেওঁৰ মৃত্যু হয়। জনাবাইৰ জন্ম হৈছিল ১২৫৮-১৩৫০ চনত মহাৰাষ্ট্ৰৰ গংগাখেদত প্ৰথম নাম দমা আৰু কৰুণ্ড নামৰ এহাল দম্পতীৰ ঘৰত।
-
জন্মপত্ৰিকা (জ্যোতিষ)
কুণ্ডলী (Kundali), জন্মপত্ৰিকা বা কোষ্ঠী হৈছে শিশুৰ জন্মৰ মুহূৰ্তৰ দৰে এটা বিশেষ মুহূৰ্তত ভাৰতীয় জ্যোতিষৰ নটা গ্ৰহৰ অৱস্থান দেখুওৱা জ্যোতিষৰ চাৰ্ট বা ডায়েগ্ৰামৰ বাবে ভাৰতীয় শব্দ। নৱগ্ৰহ হৈছে সূৰ্য্য, চন্দ্ৰ, বুধ, শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি আৰু চন্দ্ৰৰ দুটা নোড।
-
জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজ
জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজ (JKAACL) হৈছে জম্মু আৰু কাশ্মীৰৰ আঞ্চলিক ভাষা, কলা আৰু সংস্কৃতিৰ উন্নয়ন আৰু প্ৰচাৰৰ উদ্দেশ্যে গঠিত এটা সাংস্কৃতিক সংগঠন। এই একাডেমীখন জম্মু আৰু কাশ্মীৰ চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত এটা সমাজ।
-
জয়িতা মণ্ডল
জয়িতা মণ্ডল ভাৰতৰ পশ্চিমবঙ্গৰ এজন সমাজকৰ্মী আৰু প্ৰথম বাঙালি ট্ৰান্সজেণ্ডাৰ মহিলা, যাক এটা দেওয়ানি আদালতৰ ন্যায়িক পেনেলৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল।
-
জাংফাই (অলংকাৰ)
জাংফাই এবিধ লা জাতীয় পদাৰ্থ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন(resin) আৰু ই সুগন্ধি দ্ৰব্য৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷ পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল৷ চিংফৌ বুৰঞ্জীমতে পাটকাইৰ অৰ্থ:- ’পাট’ মানে জাংফাই আৰু…