সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গান্ধী গ্লবেল ফেমিলি
গান্ধী গ্লবেল ফেমিলি (Gandhi Global Family, চমুকৈ জি জি এফ) হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী যোগাযোগ বিভাগৰ স্বীকৃত এটি শান্তি এন জি অ' যি যুৱসকলৰ মাজত মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শ প্ৰচাৰ কৰে।
-
গান্ধীবাদী সমাজবাদ
মহাত্মা গান্ধীৰ তত্ত্বসমূহৰ হিন্দু জাতীয়তাবাদী ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সমাজবাদৰ এটা শাখা হ’ল গান্ধীবাদী সমাজবাদ। সাধাৰণতে গান্ধীয়ে ৰচনা কৰা হিন্দ স্বৰাজ বা ভাৰতীয় গৃহ-শাসনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এটা ধাৰণা এই গান্ধীবাদী সমাজবাদ।
-
গায়েনাৰ নাৰী
গায়েনাৰ নাৰীসকল (Women in Guyana) হৈছে গায়েনাৰ সমাজৰ এক অন্তৰ-শাখা, যাৰ সংখ্যা বিগত সময়ত পৰিৱৰ্তন ঘটি আছে। মূলতঃ ভাৰত-গায়েনী, আফ্ৰিকান-গায়েনী আৰু আমেৰিকীয় ভাৰতীয় নাৰীৰ দেশ গায়েনা ইউৰোপীয় বা চীনা বংশৰ মহিলাৰো বাসস্থান হৈ আহিছে। দেশৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে জেনেট জগান।
-
গাহৰিৰ খুৰাৰ ৰেচিপি
গাহৰিৰ খুৰা (pig's trotter), যাক pettitoe বুলিও কোৱা হয়, গাহৰিৰ ঠেঙেৰে গঠিত খাদ্যোপযোগী অংশ, যাক বিশ্বজুৰি বিভিন্ন খাদ্যবিধত পৰ্কৰ এক কাট হিচাপে ব্যৱহাৰ কৰা হয়। ২০০০ চনৰ শেষ তিনি দশকত ইয়াৰ পুনৰ জনপ্ৰিয়তা দেখা গৈছিল।
-
গাহৰিৰ তেজৰ দৈ
গাহৰিৰ তেজৰ দৈ (চীনা: 豬紅), যাক "ব্লাড টফু" (blood tofu) বা "ব্লাড পুডিং" (blood pudding) (চীনা: 血豆腐) বুলিও জনা যায়, হৈছে চীনৰপৰা উৎপত্তি হোৱা এক জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক সাধাৰণতে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য যেনে নূডলছ বা জাউৰ সৈতে পৰিৱেশন কৰা হয়।
-
গাৰ্ল পাৱাৰ
গাৰ্ল পাৱাৰ বা কিশোৰী শক্তি (Girl Power) হৈছে এক শ্লোগান যি নাৰীৰ সৱলীকৰণ, স্বাধীনতা, আত্মবিশ্বাস আৰু শক্তিক উৎসাহিত আৰু উদযাপন কৰে। শ্লোগানটোৰ আৱিষ্কাৰৰ কৃতিত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাংক বেণ্ড বিকিনি কিলক দিয়া হয় যিয়ে ১৯৯১ চনত গাৰ্ল পাৱাৰ নামৰ এক সাময়িক পত্ৰিকা প্ৰকাশ কৰিছিল।
-
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (Girijananda Chowdhury University) অসমৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
গীতা অংগৰা
১৯৬১ চনত ভাৰতৰ চেন্নাইতজন্মগ্ৰহণ কৰা আংগাৰাই চেন্নাইৰ লয়লা কলেজৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শ্ৰেণীৰ শীৰ্ষ ছাত্ৰী হিচাপে তেওঁ স্বৰ্ণ পদক লাভ কৰে।
-
গুঝিয়া (পিঠা)
গুঝিয়া, যাক গুঘাৰা, পেডাকিয়া, পুৰুকীয়া, কৰণজী, কজ্জিকায়ালু, সোমাছ আৰু কাৰ্জিকায়ী বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ এক জনপ্ৰিয় মিঠাই।
-
গুম্বো
গুম্বো (Gumbo) হৈছে আমেৰিকাৰ উপসাগৰীয় উপকূল সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় এক প্ৰকাৰৰ জোল। আমেৰিকাৰ ৰাজ্য লুইজিয়ানাৰ নিউ অৰলিন্স জোল হৈছে এবিধ ৰাজ্যিক আহাৰ। গুম্বো এবিধ তিব্ৰ সোৱাদযুক্ত বিলাহী, জলকীয়া, পিঁয়াজে, মাংস বা সাগৰীয় মাছ বা কেতিয়াবা দুয়োটাৰ পৰা ঘনকৈ তৈয়াৰ কৰা জোল।
-
গুৱাহাটী চিনে ক্লাব
গুৱাহাটী চিনে ক্লাব হৈছে অসমৰ এটা পঞ্জীয়নভুক্ত চলচ্চিত্ৰ সমাজ। ১৯৬৫ চনৰ ২৬ এপ্ৰিল তাৰিখে অসমৰ বিশিষ্ট শিল্পী আৰু সাংস্কৃতিক ব্যক্তিত্ব ড° ভূপেন হাজৰিকাই কেইগৰাকীমান চলচ্চিত্ৰ প্ৰেমী, সমালোচক আৰু লেখকৰ সৈতে মিলি এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল।
-
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত মহাবিদ্যালয়সমূহৰ তালিকা
অনন্দৰাম বৰুৱা একাডেমী বি.এড. মহাবিদ্যালয়, পাঠশাল (বৰপেটা) বৰপেটা বি টি মহাবিদ্যালয় (বৰপেটা) অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, লংকেশ্বৰ আতাউৰ ৰহমান শিক্ষা মহাবিদ্যালয়, উদমাৰী কালগচী (বৰপেটা) বজালী টি টি কলেজ, পাটাচাৰকুছি শিক্ষা মহাবিদ্যালয় বকো কামৰূপ ড.
-
গে আইকন
গে আইকন (ইংৰাজী: Gay icon) হ’ল এনে এগৰাকী ৰাজহুৱা ব্যক্তি যাক এলজিবিটিকিউ সম্প্ৰদায়ৰ সদস্যসকলে এজন সাংস্কৃতিক আইকন হিচাপে গণ্য কৰে। এনে ব্যক্তিসকলৰ সাধাৰণতে এলজিবিটিকিউ সম্প্ৰদায়ৰ মাজত এক উৎসৰ্গিত অনুৰাগী গোষ্ঠী থাকে আৰু তেওঁলোকে প্ৰায়ে নিজৰ কামৰ জৰিয়তে এই সম্প্ৰদায়ৰ সহযোগী (ally) হিচাপে কাম…
-
গে'-বন্ধুত্বসুলভ
গে'-বন্ধুত্বসুলভ বা এলজিবিটিকিউ-বন্ধুত্বসুলভ (Gay Friendly) ঠাই, নীতি, মানুহ বা প্ৰতিষ্ঠানসমূহ সমকামী বা এলজিবিটিকিউ লোকৰ বাবে মুকলি আৰু আদৰণীয়। তেওঁলোকে সাধাৰণতে এলজিবিটিকিউ সম্প্ৰদায়ৰ প্ৰতি সহায়ক, সন্মানজনক আৰু বিচাৰহীন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য ৰাখে।
-
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি (Golaghat Amateur Theatre Society) হ'ল সংগীত, নৃত্যৰ লগতে থিয়েটাৰৰ দৰে পৰিৱেশ্য কলা প্ৰচাৰ; কবিতা, উপন্যাস আৰু চুটি গল্পৰ দৰে সাহিত্য; আৰু চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ নিচিনা দৃষ্টিগ্ৰাহ্য কলা প্ৰচাৰৰ বাবে এক অনুষ্ঠান।
-
গোৱাৰ খাদ্য
গোৱাৰ খাদ্য (Goan cuisine) হৈছে ভাৰতৰ পশ্চিম পাৰত আৰব সাগৰৰ উপকূলৰ কাষত অৱস্থিত ভাৰতীয় ৰাজ্য গোৱাৰ জনপ্ৰিয় আঞ্চলিক খাদ্য। চাউল, সাগৰীয় মাছ, নাৰিকল, শাক-পাচলি, মাংস, ৰুটি, গাহৰিৰ মাংস আৰু স্থানীয় মছলা আদি গোৱাৰ খাদ্যৰ কিছুমান মূল উপাদান। থেকেৰা টেঙা আৰু ভিনেগাৰৰ ব্যৱহাৰ আন এটা সুকীয়া বৈশিষ্ট্য।
-
গ্ৰীচৰ নাৰী
গ্ৰীচৰ প্ৰাচীন আৰু আধুনিক নাৰীৰ মৰ্যাদা আৰু বৈশিষ্ট্য গ্ৰীচৰ ইতিহাসত ঘটা পৰিঘটনাৰ পৰাই বিকশিত হৈছিল। মাইকেল স্কটৰ মতে "প্ৰাচীন গ্ৰীচত মহিলাৰ উত্থান" (History Today) প্ৰবন্ধত "মহিলাৰ স্থান" আৰু প্ৰাচীন গ্ৰীচত তেওঁলোকৰ কৃতিত্বৰ বিষয়ে থুচিডাইডে এই উদ্ধৃতিটোত সৰ্বোত্তম বৰ্ণনা কৰিছে: যে "সৰ্বাধিক গৌৰৱ…
-
গ্ৰুপ ৮ (ছুইডেন)
গ্ৰুপ ৮ (ছুইডিছ: Grupp 8) আছিল ছুইডেনৰ এটা প্ৰভাৱশালী নাৰীবাদী সংগঠন, যিটো ১৯৬৮ চনত ষ্টকহোমত আঠগৰাকী মহিলাই প্ৰতিষ্ঠা কৰিছিল। সংগঠনটোৱে বিভিন্ন নাৰীবাদী দাবী আৰু বিষয়ত কণ্ঠস্বৰ প্ৰকাশ কৰিছিল, যেনে—ডে কেয়াৰ চেণ্টাৰ (কিণ্ডাৰগাৰ্টেন) সম্প্ৰসাৰণ, ছয় ঘণ্টাৰ কৰ্মদিন, সমান কামৰ বাবে সমান দৰমহা আৰু…
-
গৰ্বিতা গুলহাটী
গৰ্বিতা গুলহাটি ( Garvita Gulhati; জন্ম: ১৯৯৯/২০০০) এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, অভিযন্তা, আৰু Why Waste সংস্থাৰ প্ৰতিষ্ঠাপক। বৰ্তমান তেওঁ ৱেষ্টব্ৰিজ কেপিটেলত বিনিয়োগ বিশ্লেষক হিচাপে কাম কৰি আছে। পানী সংৰক্ষণৰ কামৰ বাবে গুলহাতীক ফৰ্বছ ৩০ আণ্ডাৰ ৩০ এছিয়া ২০২১ ৰদ্বাৰা স্বীকৃতি দিয়া হয়।
-
গৰ্ভপাত বিৰোধী নাৰীবাদ
গৰ্ভপাত বিৰোধী নাৰীবাদ (Anti-abortion feminism) হৈছে কিছুসংখ্যক নাৰীবাদীয়ে কৰা গৰ্ভপাতৰ বিৰোধিতা। গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে হয়তো বিশ্বাস কৰে যে নাৰীৰ অধিকাৰৰ আঁৰৰ নীতিয়েও তেওঁলোকক জীৱন অধিকাৰৰ ভিত্তিত গৰ্ভপাতৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে আৰু গৰ্ভপাতে মহিলাসকলক লাভান্বিত কৰাতকৈ বেছি আঘাতহে…
-
ঘোৰমেহ চবজি
ঘোৰমেহ চবজি (Ghormeh sabzi), যাক খোৰেষ্ট চবজি বুলিও জনা যায়, হৈছে ইৰানৰ এবিধ পৰম্পৰাগত বনৌষধি ভিত্তিক ষ্ট্যু। ইয়াক ইৰানৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয় আৰু ই সমগ্ৰ ইৰানতে অতি জনপ্ৰিয়। ব্যৱহৃত মাহ আৰু মাংসৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিভিন্ন আঞ্চলিক সংস্কৰণ পোৱা যায়।
-
ঙাপি
ঙাপি ( Ngapi) ব্ৰহ্মদেশৰ বৰ্মা জাতিৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খাদ্য। ঙাপি শব্দৰ অৰ্থ “হেঁচা দি থোৱা মাছ’’। কেঁচা মাছ বিভিন্ন কৌশলেৰে গেলাই ঙাপি প্ৰস্তুত কৰা হয়। ই তিনিপ্ৰকাৰৰ। সাধাৰণতে, মাছ বা মিছামাছৰ পৰা তৈয়াৰী ই এটা তিতা পেষ্ট।
-
চকলো ভাইৰাছ
চকলো ভাইৰাছ (CHOV) হৈছে একক ডালযুক্ত, ঋণাত্মক সংবেদনশীল আৰ এন এ জুনোটিক নিউ ৱৰ্ল্ড হাণ্টাভাইৰাছ। প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত পশ্চিম পানামাত ইয়াক পৃথক কৰা হৈছিল। এই তথ্যই মধ্য আমেৰিকাত প্ৰথমবাৰৰ বাবে হাণ্টাভাইৰাছ পালমোনাৰী চিনড্ৰম (HPS) পোৱা গৈছিল।
-
চহৰীয়া
চহৰীয়া হৈছে ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ এটা জনগোষ্ঠী। চহৰীয়াসকলে ৰাজস্থানৰ মৰেনা, শ্বেওপুৰ, ভিন্দ, গোৱালিয়ৰ, দতিয়া, শিৱপুৰী, বিদিশা আৰু গুণা জিলাত প্ৰধানকৈ বাস কৰে। বিশেষভাৱে দুৰ্বল জনজাতীয় গোট হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
চাঁছ
"চাঁছ হৈছে সমগ্ৰ ভাৰতীয় উপমহাদেশতে জনপ্ৰিয় এবিধ পানীয। ইয়াক দৈৰ পৰা প্ৰস্তুত কৰা হয়।মগাহিত ইয়াক মাথা বুলি কোৱা হয় ৷ ৰাজস্থানীত ইয়াক ঘোল, ওডিয়াত ঘোল/চাঁ।ছ, তামিল আৰু মালয়ালমত মৰু, মাৰাঠীত টাক,, তুলুত আলে (এ-লেই) আৰু বাংলা ভাষাত ঘোল বুলি কোৱা হয়।
-
চাং (পানীয়)
চাং বা ছিয়াং (তিব্বতীয়:ཆང་་) হৈছে পূব হিমালয়ৰ কিছু অংশতো জনপ্ৰিয় নেপালী আৰু তিব্বতী সুৰাৰ এবিধ প্ৰকাৰ। এই পানীয়বিধ য়াকখা, লিম্বু, দুৰা, নেৱাৰ, সুনুৱাৰ, ৰায়, গুৰুং, মাগৰ, শ্বেৰপা, তামাং আৰু লেপচা সম্প্ৰদায়ৰ লোকৰ মাজত জনপ্ৰিয়। লেপচাসকলৰ মাজত ইয়াক চি নামেৰে পৰিচিত।
-
চাইকেল চালনা আৰু নাৰীবাদ
বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান…
-
চাইবাৰ নাৰীবাদ
চাইবাৰ নাৰীবাদ (Cyberfeminism) হৈছে এক নাৰীবাদী দৃষ্টিভংগী যিয়ে চাইবাৰ স্পেচ, ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ মাজত থকা সম্পৰ্কক অগ্ৰাধিকাৰ দিয়ে। ইয়াক কোনো দৰ্শন, শিল্প পদ্ধতি, পদ্ধতি বা সম্প্ৰদায়ক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰি।
-
চাউ মিন
চাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ। এই খাদ্য প্ৰবাসী চীনাসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু ই প্ৰায় চীনা ভোজনালয়সমূহৰ খাদ্য তালিকাৰ অন্তৰ্গত। ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, নেপাল, আৰু ভাৰতত জনপ্ৰিয়।
-
চাগুদানা বড়া
চাগুদানা বড়া, যাক ‘ছাবু ভাদা’ বুলিও কোৱা হয়, ভাৰতৰ মহাৰাষ্ট্ৰৰ পৰা অহা পৰম্পৰাগত গাঢ়কৈ তেলত ডুবাই ভজা মুখৰোছক খাদ্য। ইয়াক চাগুৰ মুকুতা সদৃশ দানা, আলু পিটিকা, বাদাম আৰু মছলাৰ পৰা তৈয়াৰ কৰা হয়।