সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা
উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল।
-
কালা ভুনা
কালা ভুনা (Kala bhuna; হালা ভুনো) হ’ল গৰু বা ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৰন্ধনশৈলীৰ এক ঐতিহ্যবাহী মাংসৰ আঞ্জা। ই বাংলাদেশৰ বিখ্যাত আৰু জনপ্ৰিয় খাদ্য সম্ভাৰ।
-
কালাকান্দ
কলাকান্দ ভাৰতৰ এবিধ মি ঠাই। ইয়াক মিঠা পনিৰৰ বাগাখীৰৰ চানাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক " ইটালীয়ান চীজকেকৰ সৈতে মিল থকা, বৰফিতকৈ কোমল" বুলি বৰ্ণনা কৰা হৈছে। ই ভাৰতৰ এক অন্যতম জনপ্ৰিয় মিঠাই।
-
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ বা প্ৰগতি
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন' (এআইচিটিই) ৰ আঁচনি যিয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ বছৰি ৬ লাখতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালত এগৰাকী ছোৱালী নিৰ্বাচন কৰি সুবিধা প্ৰদান কৰে।
-
কাৰ্বি লোকসাহিত্য
কাৰ্বি লোকসাহিত্যৰ পথাৰখন অতি বহল, সীমাহীন। কাৰ্বিসকল পুনৰ্জন্মত বিশ্বাসী। এনে লোকবিশ্বাসৰ মতে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে মৃতকজনে পুনৰ সেই পৰিয়ালৰে সদস্য হৈ জন্মগ্ৰহণ কৰে। সেয়ে কাৰ্বি সংস্কৃতি ইমানেই ব্যাপক যে ই জনজীৱনৰ এটা জন্মৰ পৰা মৃত্যুলৈকেই নহয় মৃত্যুৰ পৰা আন এটা জন্মলৈকে বিস্তৃত।
-
কিনেমা
কিনেমা হৈছে কিম্বন কৰা সৰিয়হৰ খাদ্য। এয়া পূব হিমালয় অঞ্চলৰ কিৰাট সম্প্ৰদায় তথা পূব নেপাল, আৰু ভাৰতৰ দাৰ্জিলিং, কালিম্পং আৰু চিকিম অঞ্চলৰ লোকে প্ৰস্তুত কৰা খাদ্য। কিনেমাক কিনামা বুলিও কোৱা হয় আৰু এয়া লিম্বু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য।
-
কুইয়াৰ তত্ত্ব
কুইয়াৰ তত্ত্ব (Queer Theory) হ'ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০ ৰ দশকত Poststructuralist অৰ্থাৎ উত্তৰ গঠনবাদী ধাৰাৰ এটা সুঁতি হিচাপে এই তত্ত্বৰ বিকাশ ঘটে। সম্প্ৰতি এই তত্ত্বটোবে জ্ঞান চৰ্চাৰ বিভিন্ন বিভাগত প্ৰভাৱ বিস্তাৰ কৰিছে। কুইয়ৰ তত্ত্বৰ মূল বিষয় হ'ল— ছেক্স, লিংগ আৰু যৌনতা।
-
কুইয়াৰ পৰ্ণগ্ৰাফী
কুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ অভিনয়শিল্পীসকলক একেলগে কাম কৰা আৰু অনন্য ধৰণে ইচ্ছা তথা আনন্দৰ শৈলীসমূহ অন্বেষণ কৰা দেখুওৱা হয়।
-
কুকু
কুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন। এই ব্যঞ্জণ ইটালীৰ ফ্ৰিটাটা, ফৰাচী কুইচ বা মুকলি মুখৰ অমলেটৰ দৰেই, কিন্তু ইয়াত সাধাৰণতে ফ্ৰিটাটাতকৈ কম কণী থাকে আৰু কম জুইত কম সময়ৰ বাবে সিজোৱা হয়, তাৰ পিছত ওপৰৰ স্তৰটো লুটিয়াই লৈ সজাই পৰিৱেশণ কৰা হয় বা…
-
কুট্টুকাৰী
কুট্টুকাৰী (Koottukari) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত থলুৱা আঞ্জা বা ব্যঞ্জন। ইয়াক 'কুট্টু কাৰী' বুলিও লিখা হয়। এই আঞ্জাখন মূলত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু দাইল বা বুটৰ সৈতে ভজা নাৰিকলৰ মিশ্ৰণেৰে ডাঠকৈ প্ৰস্তুত কৰা হয়।
-
কুন্তিলানক
কুন্তিলানক (ইণ্ডোনেছীয় নাম),বা পণ্টিয়ানক (মালয় নাম), বা যক্ষী (হিন্দু ধৰ্ম/ হিন্দু পৌৰাণিক কাহিনীত) ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ছিংগাপুৰৰ এটা পৌৰাণিক জীৱ। দক্ষিণ-পূব এছিয়াৰ অন্যান্য অঞ্চলৰ লেংছুইৰৰ সৈতে ইয়াৰ মিল আছে। সাধাৰণতে কুন্তিলানকে প্ৰসৱৰ সময়ত মৃত্যু হোৱা গৰ্ভৱতী মহিলাৰ ৰূপ ধাৰণ কৰে।
-
কুন্দন
কুন্দন (Kundan) ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱলম্বন কৰা হয়।
-
কুফি
কুফি বা কুফি টুপী হৈছে উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা, পশ্চিম আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ পুৰুষে পিন্ধা এটা নিৰ্দিষ্ট ডাঠ কাষ নথকা, চুটি আৰু ঘূৰণীয়া টুপী। এই টুপী আফ্ৰিকান প্ৰব্ৰজনকাৰীসকলেও পিন্ধে। ভাৰতীয় উপমহাদেশত ইয়াক সাধাৰণতে "টুপি" বুলিয়ে কোৱা হয়।
-
কুমাৰীত্ব পৰীক্ষা
কুমাৰীত্ব পৰীক্ষা হৈছে এগৰাকী ছোৱালী বা মহিলা কুমাৰী হয় নে নহয় সেইসম্পৰ্কীয় এক নিৰ্ধাৰণ প্ৰক্ৰিয়া; অৰ্থাৎ, তেওঁ যে পূৰ্বে কেতিয়াও যৌন সম্ভোগত লিপ্ত হোৱা নাই বা যৌন কাৰ্য কৰা নাই সেই সম্পৰ্কে নিৰ্ধাৰণ কৰিবলৈ কৰা এক পৰীক্ষা।
-
কুলচা
কুলচা পাৰ্চী ভাষাত ঘূৰণীয়া পিৰিচৰ আকৃতিৰ ফোঁপোলা ৰুটিৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ। ভাৰতত এই শব্দটো সাধাৰণতে নিয়মীয়া ইংৰাজী ৰুটি (যিখন ঘূৰণীয়া প্লেট আকৃতিৰ)ৰ বাবে ব্যৱহাৰ কৰা হয়।
-
কুলি-কুলি
কুলি-কুলি (Kuli-kuli) হৈছে নাইজেৰিয়াৰ এক প্ৰকাৰৰ লঘু আহাৰ যিটো ঘাইকৈ চীনাবাদামৰ পৰা তৈয়াৰ কৰা হয়। নাইজেৰিয়াৰ নুপি জনগোষ্ঠীৰ লোকসকলে পোনপ্ৰথমে এই খাদ্যবিধ প্ৰস্তুত কৰিছিল। ই নাইজেৰিয়া, বেনিন, উত্তৰ কেমেৰুন আৰু ঘানাৰ এক জনপ্ৰিয় লঘু আহাৰ। বৰ্তমান কুলি-কুলি সমগ্ৰ বিশ্বতে সমাদৃত হৈছে।
-
কুল্লু চাদৰ
কুল্লু চাদৰ ভাৰতৰ কুল্লুত নিৰ্মিত একপ্ৰকাৰৰ গৰম চাদৰ, য’ত বিভিন্ন জ্যামিতিক আৰ্হি আৰু উজ্জ্বল ৰঙৰ বৈশিষ্ট্য থাকে। মূলতঃ খিলঞ্জীয়া কুলিভিসকলে সাধাৰণতে চাদৰ বয়, কিন্তু ১৯৪০ চনৰ আৰম্ভণিতে বুশ্বহৰৰপৰা শিল্পীৰ আগমনৰ পিছত অধিক আৰ্হিৰ চাদৰৰ ধাৰা বৃদ্ধি পায়।
-
কুৰুম্বা জনগোষ্ঠী
কুৰুম্বা / কুৰুম্বাৰ / কুৰুম্বান / কুৰুমাৰ / কুৰুবা / কুৰুবাৰু হ’ল ভাৰতৰ কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ এক নিৰ্দিষ্ট অনুসূচিত জনজাতি বা খিলঞ্জীয়া সম্প্ৰদায়। নীলগিৰি জিলাত ছটা জনজাতিৰ বাসগৃহ আছে।
-
কুৰ্দিছ জনগোষ্ঠী
কুৰ্দিছ জনগোষ্ঠী বা কুৰ্দ জনগোষ্ঠী হৈছে পশ্চিম এছিয়াৰ স্থানীয় ইৰাণী জনগোষ্ঠী। দক্ষিণ-পূব তুৰস্ক, উত্তৰ-পশ্চিম ইৰাণ, উত্তৰ ইৰাক আৰু উত্তৰ-পূব ছিৰিয়াত বিস্তৃত ভৌগোলিক অঞ্চল কুৰ্দিস্তানৰ স্থানীয় লোক।
-
কৃতি ভাৰতী
কৃতি ভাৰতী (জন্ম ১৯ আগষ্ট, ১৯৮৭) এগৰাকী ভাৰতীয় পুনৰ্বাসন মনোবিজ্ঞানী আৰু শিশু অধিকাৰ কৰ্মী। ভাৰতীয়ে ভাৰতত বাল্যবিবাহ ৰ প্ৰথমগৰাকী বাতিলকাৰী হিচাপে শিৰোনাম দখল কৰিছিল।
-
কৃষ্ণা ভৰদ্বাজ (অৰ্থনীতিবিদ)
কৃষ্ণা ভৰদ্বাজ ( Krishna Bharadwaj; ২১ আগষ্ট ১৯৩৫ – ৮ মাৰ্চ ১৯৯২)আছিল এগৰাকী ভাৰতীয় নব্য ৰিকাৰ্ডিয়ান অৰ্থনীতিবিদ যি মূলতঃ অৰ্থনৈতিক উন্নয়ন তত্ত্ব আৰু ধ্ৰুপদী অৰ্থনীতিৰ ধাৰণাসমূহৰ পুনৰুজ্জীৱনৰ বাবে অৱদানৰ বাবে পৰিচিত।
-
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Krishnadevaraya College of Dental Sciences and Hospital; কান্নাড়া: ಕೃಷ್ಣದೇವರಾಯ ದಂತ ವಿಜ್ಞಾನ ಮಹಾವಿದ್ಯಾಲಯ ಮತ್ತು ಆಸ್ಪತ್ರೆ) বাংগালোৰত অৱস্থিত দন্ত চিকিৎসাবিজ্ঞানৰ এখন ব্যক্তিগত মহাবিদ্যালয়।
-
কেঁকোৰাৰ তৰকাৰী
কেঁকোৰাৰ তৰকাৰী (ইংৰাজী: Crab curry; পৰ্তুগীজ: caril de caranguejo) হৈছে এক পৰম্পৰাগত ভাৰতীয় সামুদ্ৰিক খাদ্য, যাক পিছলৈ পৰ্তুগীজসকলে নিজৰ ৰন্ধনশৈলীত অন্তৰ্ভুক্ত কৰিছিল।
-
কেঁচাগোল্লা
কেঁচাগোল্লা বা নাটোৰৰ কেঁচাগোলা (Kanchagolla; কাঁচাগোল্লা) হৈছে বাংলাদেশৰ নাটোৰ জিলাত উৎপাদিত গাখীৰৰ পৰা তৈয়াৰী মিঠাই। এই মিঠাই গৰুৰ গাখীৰৰ পৰা তৈয়াৰী কেঁচা ছানাৰে প্ৰস্তুত কৰা হয় বাবে ইয়াক কাঁচাগোল্লা বুলি জনা যায়।
-
কেটুপাত
কেটুপাত (ইণ্ডোনেছীয় আৰু মালয় ভাষাত), কূপাট (জাভানীজ আৰু ছুডানীজ ভাষাত) বা টিপাট (বালিনীজ ভাষাত) এৰিকেচিয়া বা খেজুৰ গছৰ পাতেৰে বোৱা হীৰাৰ আকৃতিৰ টোপোলাত মেৰিওৱা এবিধ জাভানীজ চাউলৰ পিঠা। কেটুপাতৰ উৎপত্তিস্থল ইণ্ডোনেছিয়া যদিও ব্ৰুনেই, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডতো ইয়াক পোৱা যায়।
-
কেটুবাহ
কেটুবাহ (/kɛtuːˈvɑː/; হিব্ৰু: כְּתוּבָּה) হৈছে ইহুদীসকলৰ বিবাহ চুক্তি। ইয়াক পৰম্পৰাগত ইহুদী বিবাহৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰা হয়, আৰু ইয়াত কইনাৰ সম্পৰ্কত দৰাৰ অধিকাৰ আৰু দায়িত্বৰ ৰূপৰেখা দাঙি ধৰা হয়।
-
কেথলিন বেৰী
কেথলিন বেৰী (Kathleen Barry; জন্ম: ২২ জানুৱাৰী, ১৯৪১) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু নাৰীবাদী আছিল। আন্তঃৰাষ্ট্ৰীয় মানৱ যৌন সৰবৰাহৰ ওপৰত গৱেষণা আৰু কিতাপ প্ৰকাশ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰসংঘৰ এন জি অ' ক'লিচন এগেইনষ্ট ট্ৰেফিকিং ইন উইমেন (CATW)ৰ সহ-প্ৰতিষ্ঠাপক হয়।
-
কেন খাও ৱান
কেন খাও ৱান বা সেউজীয়া তৰকাৰী (แกงเขียวหวาน, Green curry) হৈছে মধ্য থাইলেণ্ডৰ এবিধ থলুৱা ব্যঞ্জন। থাই ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ মিঠা-সেউজ তৰকাৰী।
-
কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ
কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ (CTUAP) এখন ভাৰতীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভিজিয়ানাগৰম জিলাৰ মাৰিৰিভালাছাত অৱস্থিত। এইখন এটা ট্ৰেনজিট কেম্পাছৰ পৰা চলি আছে, আৰু ইয়াৰ চূড়ান্ত স্থান এতিয়াও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা নাই।
-
কেন্দ্ৰীয় বিশ্ববিদ্যালয় (ভাৰত)
ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ হ’ল সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাজহুৱা বিশ্ববিদ্যালয়, যিবোৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ উচ্চ শিক্ষা বিভাগৰ পৰিসৰৰ ভিতৰত থাকে; অৱশ্যে অন্যান্য মন্ত্ৰালয়ৰ অধীনত থকা নখন বিশ্ববিদ্যালয় ইয়াৰ ব্যতিক্ৰম।