বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফাইলষ্টৰ্চ
ফাইলষ্টৰ্চ (Pfeilstorch) (জাৰ্মান ) বা ফাইলষ্টৰ্ক হৈছে শীতকালত আফ্ৰিকালৈ প্ৰব্ৰজন কৰোঁতে শৰবিদ্ধ হৈ দেহত শৰডাল সোমাই থকা অৱস্থাতে ইউৰোপলৈ ঘূৰি অহা সাৰেং। ২০০৩ চনলৈকে ২৫টা ফাইলষ্টৰ্চৰ তথ্য সন্নিৱিষ্ট কৰা গৈছে।
-
ফুঁকা
নৃতাত্ত্বিকসকলৰ মতে কাও ব্লৱিং (Cow blowing), কুহব্লাচেন, ফুঁকা বা ডুম ডেভ হৈছে বহু দেশত গৰুৰ অধিক গাখীৰ উৎপাদন কৰিবলৈ ব্যৱহৃত এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত গৰুৰ যোনিত (বা কেতিয়াবা মলদ্বাৰত) বলপূৰ্বক বায়ু ভৰাই দিয়া হয়। এইদৰে গৰুজনীক অধিক গাখীৰ উৎপাদন কৰিবলৈ প্ৰৰোচিত কৰা হয়।
-
ফ্লেক্সাগন
ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পিঠিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্লেক্সাগনবোৰক কেবাটাও…
-
বক্কুৰা
বক্কুৰা সাধাৰণতে মালদ্বীপত ব্যৱহাৰ কৰা অতি সৰু এক প্ৰকাৰৰ নাও। ইয়াৰ ধোনিৰ সৈতে সামান্য সাদৃশ্য আছে যদিও ইয়াৰ আকাৰ সৰু, ইয়াত মাত্ৰ দুজন বা তিনিজন ব্যক্তি থাকিব পাৰে, আৰু ই লেটিন(পাল) পাল নথকা।
-
বছৰৰ দিনৰ তালিকা
গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি নিম্নলিখিত পৃষ্ঠাসমূহত নিৰ্দিষ্ট দিনটোত সংঘটিত ঐতিহাসিক ঘটনা, জন্ম-মৃত্যু, আৰু উৎসৱ-পৰ্ব আদিৰ তালিকা দিয়া আছে:
-
বাঁহী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
বাঁহী নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * বাঁহী, ফুঁ দি বজোৱা এক বাদ্যযন্ত্ৰ। বাঁহী (আলোচনী), ১৯০৯ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত এখন অসমীয়া মাহেকীয়া আলোচনী।
-
বাংলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। বাংলা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। বাংলা চলচ্চিত্ৰ বাংলাদেশ বাংলাদেশৰ চলচ্চিত্ৰ বাংলা ভাষা বাংলা লিপি বংগ বংগ বিভাজন পশ্চিমবঙ্গ
-
বাঘৱান
বাঘৱান এটা মুছলমান সম্প্ৰদায়। এওঁলোকক উত্তৰ ভাৰত আৰু পাকিস্তানত পোৱা যায়। দাক্ষিণাত্য অঞ্চলত ইহঁতক বাগৱান নামেৰে জনা যায়।
-
বায়ামো (বতাহ)
বায়ামো হৈছে কিউবাৰ দক্ষিণ উপকূলৰ বিশেষকৈ বায়ামোৰ সামুদ্ৰিক স্থলভাগৰ পৰা বৈ অহা এক প্ৰচণ্ড বতাহ। ইয়াৰ উপৰিও গিডিংছ আৰু ৱেবষ্টাৰৰ আটাইতকৈ জনপ্ৰিয় টুবা মাউথপিছৰ নামকৰণ কৰা হৈছে।
-
বাল্য নিকেতন
বাল্য নিকেতন অসমৰ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান অঞ্চলৰ এখন শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখন বেচৰকাৰী খণ্ডৰ। স্থানীয় ৰাইজৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানখনে টীয়কৰ শিক্ষাখণ্ডলৈ বৰঙণি আগবঢ়াইছে।
-
বাহন চালনৰ বয়সৰ নিম্ন সীমাৰ আধাৰত দেশৰ তালিকা
এই তালিকাত মটৰযুক্ত বাহন চালন কৰাৰ নিম্নতম আইনসন্মত বয়স লেখত লোৱা হৈছে-- ভৰ ৩৫০০ কিলোগ্ৰমতকৈ অধিক হ'ব নালাগিব আৰু ড্ৰাইভাৰৰ বাদে আন ৮জনতকৈ অধিক লোকে যাত্ৰা কৰিব পৰা বাহন লেখত লোৱা হোৱা নাই।
-
বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰী
বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী ( Bahire rong song, Bhitare Kowabhaturi) এখন উদ্দেশ্যধৰ্মী আৰু উপন্যাসৰ সমপৰ্যায়ৰ এখনি ব্যংগ ভাৱধাৰাৰ পুথি। ই হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই লিখা এখন পুথি। হেমচন্দ্ৰ বৰুৱাই এসময়ত “সোণাৰচাঁদ’’ ছদ্মনামেৰে লিখিছিল।
-
বিচনা
বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷
-
বিচানকুছি
বিচানকুছি বৰ্তমানৰ বজালী জিলাৰ এখন গাওঁ। অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা ভট্টদেৱৰ জন্ম এই বিচানকুছি গাওঁত। আগতে বিচানকুছি গাওঁখনৰ নাম বিজনকুছি আছিল বুুলি সাহিত্যৰ বুৰঞ্জীত পোৱা যায়।
-
বিমলেন্দ্ৰ নিধি
বিমলেন্দ্ৰ নিধি নেপালৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ নেপালৰ শাসনাধিষ্ঠ নেপালী কংগ্ৰেছৰ বৰ্তমানৰ উপ-সভাপতি। তেওঁক তেওঁৰ মূল নামৰ সৈতে বিমলজী বা নিধিজী বুলিও জনা যায়।
-
বিশ্বনাথ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
বিশ্বনাথ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱৰ অন্য এটা নাম। বিশ্বনাথ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰো সূচাব পাৰে:
-
বুলডগ
বুলডগ (Bulldog), যাক ইংলিছ বুলডগ বা ব্ৰিটিছ বুলডগ বুলিও জনা যায়, হৈছে এক মজলীয়া আকাৰৰ কুকুৰৰ প্ৰজাতি। ই হৈছে এক পেশীবহুল, ডাঙৰ কুকুৰ যাৰ মুখখন কোঁচ খোৱা। বুলডগবোৰ জনপ্ৰিয় পোহনীয়া জন্তু; আমেৰিকান কেনেল ক্লাবৰ মতে এইবিধ কুকুৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চম জনপ্ৰিয় বিশুদ্ধ প্ৰজাতিৰ কুকুৰ।
-
বেক কুজিৰা
বেক-কুজিৰা হৈছে পশ্চিম জাপানত প্ৰচলিত হৈ অহা এটা পৌৰাণিক জাপানীজ য়োকাই (ভূত, ফেণ্টম বা অদ্ভুত প্ৰকাশ)। ইয়াক তিমিৰ কংকাল বুলি বৰ্ণনা কৰা হৈছে যাৰ লগত অজ্ঞাত মাছ আৰু অদ্ভুত চৰাই থাকে। ই তিমি চিকাৰ কৰা বা তিমিৰ মাংস খোৱা লোকৰ বিৰুদ্ধে প্ৰতিশোধ লয়, আৰু ই প্লেগ মহামাৰী আৰু জুইৰে শাওপাত দিয়ে।
-
ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ব্যাসয়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * ব্যাস (জ্যামিতি), বৃত্তৰ পৰিধিৰ দুই বিন্দু সংযোগী ৰেখা। ব্যাস (মহাভাৰত), মহাভাৰতৰ প্ৰণেতা আৰু চৰিত্ৰ।
-
ব্যোমিকা সিং
ৱিং কমাণ্ডাৰ ব্যোমিকা সিং হৈছে ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া, যিয়ে ফ্লাইং ব্ৰাঞ্চত হেলিকপ্টাৰ পাইলট হিচাপে সেৱা আগবঢ়াই আছে। তেওঁ 2025 চনত পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি চলোৱা এক সামৰিক অভিযান অপাৰেশ্যন সেন্দূৰৰ বাবে সংবাদমাধ্যমৰ ব্ৰীফিঙত সহ-নেতৃত্ব…
-
ব্লেক লেডী অফ ব্ৰেডলী উদচ
ব্লেক লেডী অফ ব্ৰেডলী উদ্চ হৈছে ইংলেণ্ডৰ লিংকনশ্বায়াৰৰ ব্ৰেডলি গাঁৱৰ ওচৰৰ বনাঞ্চলত খেদি ফুৰা এটা ভূত। তথাকথিত প্ৰত্যক্ষদৰ্শীয়ে তেওঁক ডেকা আৰু ধুনীয়া, প্ৰায় ৫ ফুট ৬ ইঞ্চি (১৬৮ চে.মি.) ওখ, বৈ যোৱা ক’লা পোছাক আৰু ক’লা হুড পিন্ধা বুলি বৰ্ণনা কৰিছে, যিয়ে তেওঁৰ চুলিখিনি অস্পষ্ট কৰি তোলে যদিও তেওঁৰ…
-
বৰা
বৰায়ে তলৰ প্ৰৱন্ধসমূহো বুজাব পাৰে: * বৰা (উপাধি), অসমৰ কিছুমান লোকে ব্যৱহাৰ কৰা এটা উপাধি বৰা (চাউল), চাউলৰ এটা প্ৰকাৰ
-
বৰ্ণিহাট
বৰ্ণিহাট মেঘালয়ৰ পশ্চিম অঞ্চলত অৱস্থিত এখন সৰু চহৰ। এইখন চহৰ স্থানীয় ৰাইজৰ মাজত বজাৰ চহৰ হিচাপে পৰিচিত। বৰ্ণিহাট পৰ্যটকৰ মাজত ইয়াৰ প্ৰাকৃতিক দৃশ্যৰ বাবে জনাজাত। ইয়াত প্ৰধানকৈ জনজাতীয় লোকে বসবাস কৰে আৰু ইয়াত পুৰণি পৰম্পৰাগত মন্দিৰ, গীৰ্জা আৰু অন্যান্য ঐতিহ্যমণ্ডিত ভৱন আছে।
-
ভাংগী বাথ
ভাংগী বাথ (: Vangibath, কানাড়া: ವಾಂಗಿ ಬಾತ್) হৈছে এবিধ নিৰামিষ দক্ষিণ ভাৰতীয় খাদ্য ইয়াৰ উৎপত্তি কৰ্ণাটক, মহীচুৰু অঞ্চলত যদিও ইয়াক সমগ্ৰ ভাৰততে পোৱা যায়। ৱাংগী মানে (বেঙেনা) আৰু ভাথ মানে চাউল।পৰম্পৰাগতভাৱে, ইয়াক অপৈনত সেউজীয়া বেঙেনাৰে তৈয়াৰ কৰা হয়, যদিও যিকোনো ধৰণৰ বেঙেনা ব্যৱহাৰ কৰিব পাৰি।
-
ভাৰত আৰু বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা
ভাৰত আৰু বাংলাদেশৰ মাজৰ পৰিবহণে দুয়োখন দেশৰ বাবে বহু ঐতিহাসিক আৰু ৰাজনৈতিক তাৎপৰ্য্য বহন কৰে। উল্লেখ্য যে বংগ আৰু ভাৰত বিভাজনৰ পৰা আৰম্ভ কৰি প্ৰায় ৪৩ বছৰ ধৰি দুয়োখন দেশৰ মাজত কোনো স্থল পৰিবহণ সংযোগ নাছিল।
-
ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰৰ তালিকা
ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰসমূহৰ এক তালিকা। পৰীক্ষাসমূহ ২ ক্ৰম: পখৰাণ ১ আৰু পখৰাণ ২ত সংঘটিত হৈছিল। পখৰাণ ১ত কেৱল এটা পৰমাণৱিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ চন আছিল ১৯৭৪।
-
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ হৈছে অন্য দেশৰ কৰ্তৃপক্ষই ভাৰতৰ নাগৰিকসকলৰ ওপৰত আৰোপ কৰা প্ৰশাসনিক প্ৰৱেশ প্ৰতিবন্ধকতা। ২০২৬ চনৰ তথ্য অনুসৰি, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মতে ভাৰতীয় নাগৰিকসকলৰ বাবে ২৭খন ভিছা-মুক্ত, ৪৭খন ভিছা-অন-এৰাইভেল (প্ৰৱেশ কৰাৰ পাছত ভিছা লাভ কৰা) আৰু…
-
ভিক্টোৰিয়া গৌৰী
লেক্ষ্মনা চন্দ্ৰ ভিক্টোৰিয়া গৌৰী (Lekshmana Chandra Victoria Gowri) মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ। নিযুক্তিৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আছিল।
-
ভূটানৰ সামৰিক ব্যৱস্থা
ভূটানৰ সামৰিক ব্যৱস্থা( Military of Bhutan) সশস্ত্ৰ ৰয়েল ভূটান আৰ্মি, ৰয়েল বডিগাৰ্ড, আৰু ৰয়েল ভূটান পুলিচেৰে গঠিত। ভূটানত বায়ুসেনা নাই, (ভূমি আবদ্ধ দেশ হোৱাৰ বাবে) ভূটানত নৌসেনাও নাই। সামৰিক প্ৰশিক্ষণ, অস্ত্ৰ যোগান আৰু ভূটানৰ বায়ু প্ৰতিৰক্ষাৰ দায়িত্ব ভাৰতৰ।
-
ভূমি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভূমি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * − পানীৰে ঢাকি নৰখা পৃথিৱীৰ শুকান পৃষ্ঠভাগ − প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়। − ত্ৰিভুজৰ ভূমি − সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক সংখ্যা।