বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভেছনা
ভেছনা আছিল স্লাভিক পৌৰাণিক কাহিনীত পৰৱৰ্তী কালৰ বিশেষকৈ দক্ষিণ স্লাভসকলৰ যৌৱন আৰু বসন্তকালৰ সৈতে জড়িত পৌৰাণিক নাৰী চৰিত্ৰ। তেওঁৰ পুৰুষ সংগী ভেছনিকৰ সৈতে তেওঁ বসন্ত কালত গ্ৰাম্য অঞ্চলত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সৈতে জড়িত আছিল।
-
ভেলক্ৰ'
ভেলক্ৰ (velcro) শব্দটো দুটা ফৰাচী শব্দ "Velours" (অৰ্থ - ভেলভেট) আৰু "Crocne" (অৰ্থ - ধৰি ৰখা) পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে (George de Mestral) এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।
-
ভোমোৰা
ভোমোৰাই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে ভোমোৰা (পতংগ): এক প্ৰকাৰৰ পতংগৰ গণ যাক ইংৰাজীত Carpenter bee নামেৰে জনা যায়। ভোমোৰা (বৃক্ষ): এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। কলীয়াভোমোৰা সেতু: ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এখন দলং।
-
মংগলদোষ
মংগলদোষ ( IAST: Maṅgala-doṣa ), ভাৰতত হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত অন্ধবিশ্বাস। হিন্দু জ্যোতিষৰ মতে মংগল গ্ৰহৰ প্ৰভাৱত জন্ম লোৱা ব্যক্তিৰ "মংগল দোষ" থাকে আৰু এনে ব্যক্তিক মংগলিকা (বা মাংগলিক) বোলা হয়। অন্ধবিশ্বাসৰ অনুসৰি মাংগলিক আৰু অ-মাংগলিকৰ মাজত বিবাহ হ'ব নোৱাৰে।
-
মই ইয়াত তুমি তাত
"মই ইয়াাত তুুুুমি তাত" কবি কুন্তলা কল্যাণী সন্দিকৈৰ দ্বিতীয় কাব্যগ্ৰন্থ | গ্ৰন্থখন প্ৰকাশ পাইছিল ২০২১ চনৰ ডিচেম্বৰ মাহত |
-
মলকানা
মলকানা ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ ৰাজ্যত পোৱা এটা মুছলমান জনগোষ্ঠী।
-
মলয়া খাউণ্ড
মলয়া খাউণ্ড (Malaya Khaund) এগৰাকী অসমীয়া লিখক।
-
মহন্ত (উপাধি)
মহন্ত (Mahanta) এক ভাৰতীয় অতি উচ্চ উপাধি যি অতিজৰে ব্ৰহ্ম কায়স্থ আৰু ব্ৰাহ্মণ শ্ৰেণীৰ লোকেহে কেৱল ব্যৱহাৰ কৰিছিল। এই উপাধি অসমৰ ব্ৰহ্মকায়স্থ তথা ব্ৰাহ্মণ কুলে প্ৰধানকৈ লিখে কিন্তু কিছু বৰকলিতা লোকেও পিছত ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ লগত ব্ৰাহ্মণ আৰু ব্ৰহ্মকায়স্থ কুলৰ বিবাহ নহয় যি ব্ৰহ্মকায়স্থ…
-
মহাৰথী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
মহাৰথীয়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * মহাৰথী (উপন্যাস), চন্দ্ৰপ্ৰসাদ শইকীয়া দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। মহাৰথী (চলচ্চিত্ৰ), এখন অসমীয়া চলচ্চিত্ৰ। মহাৰথী কৰ্ণ, মহাভাৰত মহাকাব্যৰ এটা মুখ্য চৰিত্ৰ।
-
মাং (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
জাতি-জনগোষ্ঠী: মাং জনগোষ্ঠী: চীন আৰু ভিয়েটনামৰ এটা জাতিগোট, যি প্ৰধানকৈ উত্তৰ-পশ্চিম ভিয়েটনামৰ লাই চাউ অঞ্চলত বসবাস কৰে। মাংগ বা মাতংগ হৈছে ভাৰতৰ এটা জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। * ভাষা: মাং ভাষা (অষ্ট্ৰ'এছিয়াটিক ভাষা): ভিয়েটনাম, চীন আৰু লাওছৰ এটা অষ্ট্ৰ'এছিয়াটিক ভাষা।
-
মালিকাপুৰাথম্মা
মালিকাপুৰাথম্মা সবৰীমালা আয়্যাপ্পান মন্দিৰৰ এটা সৰু মন্দিৰত সন্নিৱিষ্ট হিন্দু দেৱী। সবৰীমালা মন্দিৰ কমপ্লেক্সৰ ভিতৰত অৱস্থিত মালিকাপুৰাথম্মা মন্দিৰটো মূল মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত দৰ্শন কৰা হয়।
-
মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা
এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে। ২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত।
-
মোস্তফা সৰোৱাৰ ফাৰুকী
মোস্তফা সৰোৱাৰ ফাৰুকী (ইংৰাজীঃ Mostofa Sarwar Faruki) হৈছে এগৰাকী বাংলাদেশী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ যিয়ে বাংলা চলচ্চিত্ৰ কাম কৰে। তেওঁৰ ছবি থাৰ্ড পাৰ্ছন সিঙ্গুলাৰ নম্বৰ, টেলিভিছন, নো বেড অৱ ৰ 'জেছ সমগ্ৰ বিশ্বতে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু অসংখ্য আন্তঃৰাষ্ট্ৰীয় আৰু…
-
মোহনমন্ত্ৰ
মোহন মন্ত্ৰ হৈছে সেই মন্ত্ৰ যাৰ দ্বাৰা কোনো ব্যক্তি বা সম্প্ৰদায়ক মোহিত কৰা হয়। ইয়াৰ জৰিয়তে মানুহৰ মানসিক কাৰ্যকলাপক প্ৰভাৱিত কৰি তাক বশ কৰা হয়। ৰাজ অভিষেকৰ সময়ত ৰজাক মোহন মন্ত্ৰৰ দ্বাৰা মন্ত্ৰমুগ্ধ কৰি পৰ্ণ বৃক্ষৰ পাতেৰে নিৰ্মিত ৰত্ন পিন্ধিবলৈ বাধ্য কৰাইছিল।
-
যমুনা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। যমুনা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * যমুনা নদী - ভাৰতৰ এক অন্যতম প্ৰধান নদী যমুনা - এগৰাকী হিন্দু মাতৃ দেৱী যমুনা বৰুৱা - ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যমুনা বড়ো - ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ যমুনা কৃষ্ণণ - ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী৷
-
লংলিট বিভ্ৰান্তি পথ
লংলিট বিভ্ৰান্তি পথ (Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে।
-
লক্ষ্মীনাথ তামুলী
লক্ষ্মীনাথ তামোলী এগৰাকী বুৰঞ্জী চৰ্চাকাৰী, সংকলক-সম্পাদক, অধ্যাপক আৰু প্ৰশাসনিক বিষয়া।
-
লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ব্যক্তি লাচিত বৰফুকন, শৰাইঘাট যুদ্ধৰ আহোম সেনাপতি। চলচ্চিত্ৰ লাচিত বৰফুকন (১৯৬১ বোলছবি), লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ দ্বাৰা পৰিচালিত আৰু ১৯৬১ চনত মুক্তিপ্ৰাপ্ত অসমীয়া কথাছবি। গ্ৰন্থ লাচিত বৰফুকন (গ্ৰন্থ), সূৰ্যকুমাৰ ভূঞা ৰচিত জীৱনীমূলক গ্ৰন্থ। লাচিত বৰফুকন (নাটক), প্ৰবীণ ফুকন-এ ৰচনা কৰা নাটক।
-
লাল চালাম
লাল চালাম (ইং অনুবাদ: "Red Salute") হৈছে দক্ষিণ এছিয়াৰ কমিউনিষ্টসকলে ব্যৱহাৰ কৰা এটা চেলুট, অভিবাদন বা ক’ড শব্দ। এই বাক্যাংশটো হিন্দী-উৰ্দুত লাল অৰ্থাৎ "ৰঙা" আৰু চালাম অৰ্থাৎ "শান্তি"ৰ যৌগৰূপ।
-
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।
-
শিমলুগুৰি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
শিমলুগুৰিয়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:
-
শিলচাং
শিলচাং হৈছে মৰিগাঁও জিলাৰ অন্তৰ্গত ধৰমতুল অঞ্চলত অৱস্থিত এখন গাঁও। ইয়াতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা শিলৰ আসন সংৰক্ষিত ৰাজদৰবাৰৰ উদ্যানখনে ঠাইখনৰ অতীজৰ বুৰঞ্জীৰ উমান দিয়ে৷ ইয়াতেই ঐতিহাসিক তিৱা খলা দেউৰজাৰ উদপুৰ মেলা প্ৰতি বছৰে অনুষ্ঠিত হয়।
-
শোভা গাষ্টি
শোভা গাষ্টি: Shobha Gasti; কৰ্ণাটকৰ বেলগাঁওস্থিত এগৰাকী সমাজকৰ্মী। ১৯৯৭ চনত, তেওঁ ‘মহিলা অৱিভৃদ্ধি মত্তু সম্ৰক্ষণা সমস্থে’ (MASS) প্ৰতিষ্ঠা কৰিছিল, যি কৰ্ণাটকাৰ ৩৬০খন গাঁৱত বাস কৰা প্ৰাক্তন দেৱদাসী মহিলাসকলৰ জীৱন ধাৰনৰ মান দণ্ড উন্নত কৰাত সহায় কৰি আহিছে।
-
শ্বসন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
শ্বসন বুলিলে তলৰ অৰ্থবোৰো প্ৰকাশ কৰে:
-
শ্বেয়াৰ মাৰ্কেট
ষ্টক মাৰ্কেট (Stock Market) বা শ্বেয়াৰ মাৰ্কেট (share market) হ’ল এখন বজাৰ, য’ত শ্বেয়াৰ জাৰি কৰা বা ব্যৱসায় কৰা হয়। ষ্টক মাৰ্কেট আৰু শ্বেয়াৰ মাৰ্কেট দুয়োটাৰ মাজত প্ৰধান পাৰ্থক্যটো হ’ল ষ্টক মাৰ্কেটে এজন ব্যক্তিক বণ্ড, মিউচুৱেল ফাণ্ড, ডেৰাইভেটিভ, কোম্পানী এটাৰ শ্বেয়াৰ আদিৰ ব্যৱসায় কৰিবলৈ…
-
শ্ৰুতি মহপাত্ৰ
শ্ৰুতি মহপাত্ৰ (: Sruti Mohapatra; জন্ম প্ৰায় ১৯৬৩) এগৰাকী অক্ষমতা অন্তৰ্ভুক্তি বিশেষজ্ঞ। তেওঁৰ বিশেষজ্ঞতা হৈছে সৰ্বাংগীন শিক্ষা আৰু অন্তৰ্ভুক্ত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিকল্পনা।
-
শৰ্মা
শৰ্মা (Sharma) হৈছে এটা হিন্দু ব্ৰাহ্মণ উপাধি। সংস্কৃত মূল (প্ৰথমা বিভক্তি ) শব্দৰ অৰ্থ হ'ব পাৰে 'আনন্দ', 'সুখ', 'সন্তুষ্টি'। Sarma আৰু Sarmah হৈছে এই নামৰ বিকল্প ইংৰাজী বানান, যি সাধাৰণতে অসমীয়া ব্ৰাহ্মণসকলে ব্যৱহাৰ কৰে।
-
সংস্কাৰ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
সংস্কাৰ, ১৯৭০ চনত মুক্তি পোৱা কানাড়া চলচ্চিত্ৰ সংস্কাৰ, ১৯৯৭ চনত মুক্তি পোৱা ৰঞ্জিত দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ
-
সত্য ৰাণী চাধা
সত্য ৰাণী চাধা (: Satya Rani Chadha; ১৯৩৩ ca. – ১ জুলাই ২০১৪) এগৰাকী মহিলা অধিকাৰ কৰ্মী আছিল। সতীৰ্থ কৰ্মী শ্বাহজাহান আপাৰ সৈতে মিলি ১৯৮০ চনত ভাৰতত যৌতুক বিৰোধী আন্দোলন আৰম্ভ কৰাৰ বাবে পৰিচিত। দুয়োগৰাকী মহিলাই কন্যাক যৌতুক বিবাদৰ ফলত পতি পক্ষই হত্যা কৰা ভুক্ত ভুগি মাতৃ আছিল।
-
সদস্য আলোচনা:Gobinda satnami
মোৰ ৱিকিপিডিয়া আলোচনা পৃষ্ঠালৈ আপোনাক আদৰণি জনাইছোঁ। মোৰ সাহিত্য, গৱেষণা বা সামাজিক কৰ্মৰাজিৰ সম্পৰ্কীয় যিকোনো গঠনমূলক দিহা-পৰামৰ্শ বা আলোচনাৰ বাবে আপোনালোকে তলত নতুন অনুচ্ছেদ যোগ কৰি বাৰ্তা এৰিব পাৰে। ধন্যবাদ। --গোবিন্দ সৎনামী (বাৰ্তা) 12:11, 31 May 2026 (ইউ.টি.চি.)