বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঘোষ (উপাধি)
ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগৰ দক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত পোৱা এক উপাধি। ইয়াৰ বাহিৰেও ঘোষ উপাধি ক্ষত্ৰীয় কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়, এওঁলোকক সাধাৰণতে পশ্চিমবংগ ৰাজ্যৰ উত্তৰবংগ আৰু বাংলাদেশৰ ৰংপুৰ, দিনাজপুৰ আৰু অসমৰ কিছু অংশত পোৱা যায়।
-
চামচুদ্দিন আহমদ শ্বাহ
চামচুদ্দিন আহমদ শ্বাহ (শাসনকাল ১৪৩৩-১৪৩৬) আছিল বংগৰ এজন শাসক।। তেওঁ চুলতান জালালউদ্দিন মুহাম্মদ শ্বাহৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পিছত, তেওঁ চৈধ্য বছৰ বয়সত সিংহাসনত বহিল।
-
চিদাম্বৰমৰ গোপন ৰহস্য
চিদাম্বৰমৰ গোপন ৰহস্য হৈছে চিদাম্বৰম মন্দিৰৰ ওচৰত এমবছ কৰা মূৰ্তিটোৰ জৰিয়তে গোপন বাৰ্তা প্ৰেৰণ কৰা বুলি হিন্দুসকলৰ বিশ্বাস৷ অতীজৰে পৰা বিশ্বাস কৰা হয় যে এইখনেই শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতী উপস্থিত স্থান, কিন্তু সিহঁত বেছিভাগ মানুহৰে অদৃশ্য।
-
চীনৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ
চীনৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ বৰ্তমানৰ তালিকা। চীন গণৰাজ্য (PRC)-এ মূল চীনৰ সকলো অংশ নিয়ন্ত্ৰণ কৰে, আনহাতে চীন গণৰাজ্য (ROC)-এ টাইৱান আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহ নিয়ন্ত্ৰণ কৰে।
-
চুচন চন্দ্ৰ গগৈ
ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই গৈ সংগ্ৰাম কৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ আঠখেল মৌজাধীন দোলাকাষৰীয়া গাঁৱৰ বাসিন্দা স্বৰ্গীয় শশীধৰ গগৈৰ তৃতীয় পুত্ৰ আছিল চুচন চন্দ্ৰ গগৈ।
-
চুণাৰা
ভাৰতৰ গুজৰাট ৰাজ্যত পোৱা এটা জনগোষ্ঠী হ’ল চুণাৰা। এওঁলোকক পাকিস্তানৰ বন্দৰ চহৰ কৰাচীতো সামান্যসংখ্যক পোৱা যায়। এতিয়া চুণাৰাৰ দুটা সম্প্ৰদায়, এটা হিন্দু আৰু আনটো মুছলমান।
-
চেউনি আলি
চেউনি আলিআহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত নিৰ্মিত চেউনি আলিটো এটা বিখ্যাত ঐতিহাসিক আলি। মধ্যযুগত নিৰ্মাণ কৰা এই আলিটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ধোদৰ আলিৰ পৰা দেৰগাঁও, যোৰহাট,টীয়ক, জাঁজী হৈ শিৱসাগৰ জিলাৰ চামগুৰিত পুনৰ ধোদৰ আলিত মিলিছে।
-
চেভেন ছ'চিয়েল চিনছ্
চেভেন ছ'চিয়েল চিনছ্ বা সাত সামাজিক পাপ (Seven Social Sins) হৈছে ফ্ৰেডেৰিক লুইছ ড'নাল্ডছনৰ এখন তালিকা যিখন মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯২৫ চনৰ ২২ অক্টোবৰত তেওঁৰ সাপ্তাহিক কাকত ইয়ং ইণ্ডিয়াত প্ৰকাশ কৰিছিল।
-
চেমামূল
চেমামূল ('কাঠৰ মানুহ; মাপুচ ভাষাত চে মানে 'মানুহ' আৰু মামুল মানে 'কাঠ'ৰ পৰা শব্দটো আহিছে) মৃত ব্যক্তিৰ কবৰৰ সংকেত দিবলৈ ব্যৱহাৰ কৰা কাঠৰ পৰা নিৰ্মিত মাপুচে মূৰ্তি।
-
চেৰগুই
চেৰগুই বা শ্বাৰকি, চাহাৰা মৰুভূমিৰ পৰা অহা আৰু মৰক্কোৰ ওপৰেৰে বৈ যোৱা মহাদেশীয় পূব বা দক্ষিণ-পূব বতাহৰ গৰম আৰু শুকান বতাহৰ এটা প্ৰকাৰ। এই বতাহক চিৰ’কোৰ লগত তুলনা কৰিব পাৰি, যিটো অতি গৰম আৰু অতি শুকান মৰুভূমিৰ বতাহ।
-
চেৰা-বিহু
চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ৷ সেইদিনা উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে৷ সেইদিনা উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে৷ সেই নিয়ম আজিও প্ৰচলিত হৈ আছে৷ কমলাবাৰী সত্ৰৰ বাবে চেৰা বিহুৰ এক বিশেষ গুৰুত্ব আছে৷ সাত…
-
ছফী জাৰ্টমেন
মেট ছফী জাৰ্টমেন (ইংৰাজী: Mette Sophie Zahrtmann; ১৮৪১–১৯২৫) এগৰাকী ডেনিছ ডায়কনেছ আৰু নাৰ্ছ আছিল। ১৮৯১ চনত প্ৰতিষ্ঠাপক লুইচ কনৰিঙৰ মৃত্যুৰ পাছত জাৰ্টমেন ক’পেনহেগেনৰ ডেনিছ ডায়কনেছ ইনষ্টিটিউটৰ চিষ্টাৰ ছুপাৰিয়ৰ হৈছিল।
-
ছাঁয়াহীন দিন
ছাঁয়াহীন দিন বুলিলে উক্ত দিনটোক বুজা যায় যিটো দিনত দুপৰীয়া সময়ত সূৰ্যই কোনো বস্তুৰ ছাঁ সৃষ্টি কৰিব নোৱাৰে, এই সময়ত সূৰ্যোটোৱে নতাংশত অৱস্থান লয়। +২৩.৫ আৰু -২৩.৫ অক্ষাংশ(কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি)ৰ অৱস্থানৰ মাজত বছৰৰ দুটা দিনত এই পৰিঘটনাটো প্ৰত্যক্ষ কৰিব পাৰি। ঠাই বিশেষে তাৰিখ ভিন্ন হয়।
-
ছাউচ (সম্প্ৰদায়)
চৌছ বা চাউছ হাদ্ৰামী আৰব বংশৰ এটা সম্প্ৰদায়। ভাৰতৰ দাক্ষিণাত্য অঞ্চলত এওঁলোকক পোৱা যায়। পূৰ্বৰ হায়দৰাবাদ ৰাজ্যত নিজামৰ সামৰিক বাহিনীত সৈন্য হিচাপে কাম কৰিবলৈ চৌছ বা চাউছক য়েমেনৰপৰা অনা হৈছিল।
-
ছাউথ ছিটি
ছাউথ ছিটি হৈছে কলিকতা চহৰৰ মাজ মজিয়াত থকা এক বৃহৎ আৱাসিক প্রাঙ্গণ। এইয়া কলিকতাৰ টলিগঞ্জ অঞ্চলৰ প্ৰিন্স আনৱৰ শ্বাহ পথত অৱস্থিত। এই আৱাসিক প্রাঙ্গণত বিভিন্ন ধৰণৰ সা-সুবিধা উপলব্ধ আছে যেনে বিদ্যালয়, চিকিৎসালয়, শ্বপিং মল আৰু এটি সামাজিক ক্লাব।
-
ছিংগাপুৰ জেনেৰেল হস্পিটেল
ছিংগাপুৰ জেনেৰেল হস্পিটেল বা ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয় (SGH) হৈছে এখন শৈক্ষিক প্ৰতিষ্ঠান। ই বুকিত মেৰাহ আৰু ছাইনা টাউন অঞ্চলৰ ওচৰৰ, কেন্দ্ৰীয় এলেকাত অৱস্থিত। ইয়াৰ অৱস্থান আউত্ৰাম সামূহিক চিকিৎসালয় (OCH)-ৰ কাষত।
-
ছিয়াংফেং উ
ছিয়াংফেং উ (অৰ্থ: 'বতাহৰ ইংগিত দিয়া চৰাই') আছিল প্ৰাচীন চীনত বতাহৰ দিশ সংগ্ৰহ আৰু জুখিবলৈ ব্যৱহাৰ কৰা বতাহৰ জৰীপ যন্ত্ৰ।
-
ছিৰাজ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ছিৰাজে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে:
-
ছুপাৰ হাংগামা
ছুপাৰ হাংগামা হৈছে দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ সহযোগী প্ৰতিষ্ঠান ষ্টাৰ ইণ্ডিয়াৰ মালিকানাধীন ভাৰতীয় শিশু টেলিভিছন চেনেল। ইয়াত মূলতঃ ৬ৰ পৰা ১৭ বছৰৰ দৰ্শকৰ বাবে একচন-এডভেঞ্চাৰ কাৰ্টুন প্ৰচাৰ কৰা হয়।
-
জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। জয়মতীয়ে তলৰ প্ৰবন্ধসমূহো বুজাব পাৰে: জয়মতী (১৯৩৫ চলচ্চিত্ৰ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া কথাছবি। জয়মতী (২০০৬ চলচ্চিত্ৰ), মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত কথাছবি।
-
জীৱন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
জীৱন এনে এটা বৈশিষ্ট যাৰ জৰিয়তে জীৱিত আৰু মৃত জীৱৰ মাজৰ পাৰ্থক্য বুজিব পাৰি। জীৱনৰ অন্য কিছুমান অৰ্থ হৈছে: মানৱ জীৱন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) মানুহৰ অৱস্থা জীৱনী আত্মজীৱনী দৈনন্দিন জীৱন, দৈনিক এজন মানুহে যি কৰে বা অনুভৱ কৰে ব্যক্তিগত জীৱন, এজন ব্যক্তিৰ ব্যক্তিগত জীৱন, যি ৰাজহুৱা নহয়
-
জুৰীয়া
জুৰীয়া অসমৰ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত এখন ঠাই। ঠাইখনৰ জনসংখ্যা প্ৰায় ১,৪৫,৭৬৩ জন৷ ইয়াৰে প্ৰায় ৬৮% লোকে ইছলামধৰ্মী আৰু বাকী হিন্দু আৰু অন্যান্য ধৰ্মীৰ লোক৷ ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি লগতে মাছ উৎপাদনো ইয়াৰ এক উল্লেখযোগ্য জীৱিকা।
-
জুৱান পাবলো কামাচো
জুৱান পাবলো কামাচো মাৰ্টিনো (Juan Pablo Camacho Martino, জন্ম ২১ নৱেম্বৰ ১৯৮৪) হৈছে এণ্টাৰ্কটিকা অঞ্চলত জন্ম গ্ৰহণ কৰা প্ৰথম চিলিয়ান আৰু ছিক্সটি পেৰেলত জন্ম গ্ৰহণ কৰা নৱম ব্যক্তি। তেওঁ কিং জৰ্জ দ্বীপৰ প্ৰেচিডেণ্ট এডুৱাৰ্ডো ফ্ৰেই মণ্টালভা বেছৰ ভিলা লাছ এষ্ট্ৰেলাছত জন্মগ্ৰহণ কৰিছিল।
-
জেনাৰ ডায়ড
জেনাৰ ডায়ড (Zener diode) হৈছে ডায়ডৰ এক বিশেষ প্ৰকাৰ যাৰ দ্বাৰা বিদ্যুৎ বিপৰীত দিশত প্ৰৱাহিত কৰিব পাৰি, ব্ৰেকডাইন ভল্টেজক অতিক্ৰমি যি বিভৱৰ মাত্ৰা প্ৰাপ্ত হয়, সেই ভল্টেজক জেনাৰ ভল্টেজ বোলে। জেনাৰ ডায়ডবোৰ বৈদ্যুতন সৰঞ্জাম, বিশেষত বিদ্যুৎ চাৰ্কিটত বিল্ডিং বল্ক হিচাপে ব্যৱহাৰ কৰা যায়।
-
জ্যেক কাৰ্টিয়ে
জ্যেক কাৰ্টিয়ে (৩১ ডিচেম্বৰ ১৪৯১১ ছেপ্টেম্বৰ ১৫৫৭) আছিল ব্ৰিটানিৰ এগৰাকী ফৰাচী সামুদ্ৰিক অভিযাত্ৰী। কাৰ্টিয়ে আছিল প্ৰথম ইউৰোপীয় যিয়ে চেণ্ট লৰেন্স উপসাগৰ আৰু চেণ্ট লৰেন্স নদীৰ পাৰৰ বৰ্ণনা আৰু মানচিত্ৰ নিৰ্মাণ কৰিছিল, যাক তেওঁ ষ্টেডাকোনা (ক্যুবেক চহৰ) আৰু হোচেলাগা (মণ্ট্ৰিয়েল দ্বীপ)ত দেখা দুটা…
-
টাৰডিগ্ৰেড
টাৰডিগ্ৰেড (Tardigrade; Tardigrada) হৈছে এটি পানীত থকা আঠ ঠেঙীয়া অতিক্ষুদ্ৰ প্ৰাণী৷ ইয়াক কেৱল মাইক্ৰোস্কোপৰ সহায়তহে দেখা পোৱা যায়। ই 'পানী ভালুক' বা 'moss piglets' নামেৰেও পৰিচিত৷ ইয়াক সৰ্বপ্ৰথম আৱিষ্কাৰ কৰে জাৰ্মান বিজ্ঞানী জোহান আগষ্ট ইফ্ৰাইম গোয়েজে ১৯৭৩ চনত আৰু ১৯৭৭ চনত ইয়াক লেটিন নাম…
-
টি এন শৰ্মা
টি এন সীমা এজন ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ যিয়ে ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ সাংসদ আছিল।[1][2] প্ৰাথমিক জীৱন আৰু শিক্ষা ১৯৬৩ চনৰ ১ জুনত ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিছুৰত সীমাৰ জন্ম হৈছিল।
-
টি-বেগ
টি-বেগ বা যৌগিক চাহৰ বেগ (Tea bag) হৈছে চাহৰ পাত বা আন বনৌষধিৰ পাত থকা সৰু, ছিদ্ৰযুক্ত, বন্ধ বেগ বা পেকেট, যিটো পানীত ডুবাই ঠেক কৰি ইনফিউজন কৰা হয়। প্ৰথমে কেৱল চাহৰ (Camellia sinensis) বাবে ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইয়াক অন্যান্য টিছান (বনৌষধি চাহ)ৰ সৈতেও তৈয়াৰ কৰা হয়।
-
ডাঙৰীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ডাঙৰীয়া বুলিলে তলৰ অৰ্থসমূহ প্ৰকাশ কৰিব পাৰে: ডাঙৰীয়া (লোকবিশ্বাস): অসমীয়া লোকবিশ্বাসত প্ৰচলিত শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ; যেনে বুঢ়া ডাঙৰীয়া। ডাঙৰীয়া (সম্বোধন): সমাজৰ শ্ৰেষ্ঠ বা মান্য মানুহক কৰা সম্বোধন৷
-
ডাম্বুলা
ডাম্বুল্লা শ্ৰীলংকাৰ মধ্য প্ৰদেশৰ মাটালে জিলাৰ উত্তৰত অৱস্থিত এখন চহৰ ৷ মাটালে জিলাৰ মাটালেৰ পিছত ই দ্বিতীয় বৃহত্তম জনবসতিপূৰ্ণ আৰু নগৰীয়া কেন্দ্ৰ ৷ ই কলম্বোৰ পৰা ১৪৮ কিলোমিটাৰ উত্তৰ-পূবত, মাটালেৰ পৰা ৪৩ কিলোমিটাৰ উত্তৰত আৰু কেণ্ডিৰ পৰা ৭২ কিলোমিটাৰ উত্তৰত অৱস্থিত।