অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ব্যোমিকা সিং

ৱিং কমাণ্ডাৰ ব্যোমিকা সিং হৈছে ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া, যিয়ে ফ্লাইং ব্ৰাঞ্চত হেলিকপ্টাৰ পাইলট হিচাপে সেৱা আগবঢ়াই আছে। তেওঁ 2025 চনত পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি চলোৱা এক সামৰিক অভিযান অপাৰেশ্যন সেন্দূৰৰ বাবে সংবাদমাধ্যমৰ ব্ৰীফিঙত সহ-নেতৃত্ব…

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৱিং কমাণ্ডাৰ ব্যোমিকা সিং হৈছে ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া, যিয়ে ফ্লাইং ব্ৰাঞ্চত হেলিকপ্টাৰ পাইলট হিচাপে সেৱা আগবঢ়াই আছে।১ তেওঁ 2025 চনত পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি চলোৱা এক সামৰিক অভিযান ২০২৫ ভাৰত–পাকিস্তানৰ সংঘাতৰ বাবে সংবাদমাধ্যমৰ ব্ৰীফিঙত সহ-নেতৃত্ব দিছিল।২৩

তথ্যসূত্ৰ

  1. ↑ (2025-05-07). Who is Wing Commander Vyomika Singh?. Jagranjosh.com
  2. ↑ South First Desk. (7 May 2025). Col Sofiya Qureshi, Wg Cdr Vyomika Singh brief India about Operation Sindhoor: How and why it happened. South First
  3. ↑ Wing Commander Vyomika Singh and Col. Sofiya Qureshi steer India’s operation Sindoor briefing. ddnews.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যোমিকা সিং” প্ৰবন্ধৰ সংশোধন ৬৩৬১০৪ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।