বিশ্বনাথ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱৰ অন্য এটা নাম।
বিশ্বনাথ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰো সূচাব পাৰে:
- বিশ্বনাথ জিলা: অসমৰ এখন জিলা
- বিশ্বনাথ চাৰিআলি: অসমৰ এখন চহৰ আৰু বিশ্বনাথ জিলাৰ সদৰ
- বিশ্বনাথ ঘাট: ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এক ঐতিহ্যবাহী স্থান
- বিশ্বনাথ ক্ষেত্ৰ: প্ৰাচীন দেৱালয় তথা পৰ্যাটনস্থলী
- বিশ্বনাথ মন্দিৰ: বিশ্বানাথ ঘাটত অৱস্থিত এক প্ৰাচীন মন্দিৰ
- বিশ্বনাথ জিলাত অৱস্থিত আন অনুষ্ঠান-প্ৰতিষ্ঠান:
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বনাথ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২১৮৫২০ (৫ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।