নৃতাত্ত্বিকসকলৰ মতে কাও ব্লৱিং (Cow blowing),১ কুহব্লাচেন, ২ ফুঁকা বা ডুম ডেভ ৩ হৈছে বহু দেশত গৰুৰ অধিক গাখীৰ উৎপাদন কৰিবলৈ ব্যৱহৃত এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত গৰুৰ যোনিত (বা কেতিয়াবা মলদ্বাৰত) বলপূৰ্বক বায়ু ভৰাই দিয়া হয়। এইদৰে গৰুজনীক অধিক গাখীৰ উৎপাদন কৰিবলৈ প্ৰৰোচিত কৰা হয়।
মহাত্মা গান্ধীয়ে গৰুৰ গাখীৰ ত্যাগ কৰাৰ বিষয়ে কয় যে "যিহেতু মই গম পাইছিলোঁ যে গৰু আৰু ম'হ ফুঁকাৰ বলি হয়, গতিকে গাখীৰৰ প্ৰতি মোৰ প্ৰবল বিতৃষ্ণাই বাহ লৈছিল।" ৪
বাহ্যিক সংযোগসমূহ
- Sierksma. (1963). Sacred Cairns in Pastoral Cultures. History of Religions. পৃ. 227–241
- Laws relating to animal rights (Indian Laws)
তথ্যসূত্ৰ
- ↑ Clancy, Shae. (1999). Cattle In Early Ireland. Celtic Well
- ↑ Sierksma. (1963). Sacred Cairns in Pastoral Cultures. History of Religions. পৃ. 227–241
- ↑ The Prevention of cruelty to animals act, 1960 (paragraph 12)
- ↑ Gandhi. (1927). The Story of My Experiments with Truth. পৃ. part 5, chapter XXIX
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুঁকা” প্ৰবন্ধৰ সংশোধন ৬১২৮৩০ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।