বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সাই বাবা
শিৰডীৰ সাই বাবা সত্য সাই বাবা
-
সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা
এয়া সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা। এই তালিকাত চৰকাৰে আভ্যন্তৰীন আৰু বাহ্যিক নীতিৰ বাবে নিযুক্ত কৰা ব্যক্তি সকল গণ্য কৰা হৈছে। ইয়াত "দেশ" শব্দই এখন সাৰ্বভৌম বা অলপ স্বীকৃতি থকা ৰাজ্য বুজাই।
-
হনুমানৰ ১০৮ নাম
হিন্দু পৌৰাণিক সাহিত্যত হনুমানৰ ১০৮টা নামৰ উল্লেখ আছে। সেইবোৰ হ’ল:
-
হিনা শ্বাহ
হিনা শ্বাহ: Hina Shah; এগৰাকী ভাৰতীয় উদ্যোগী যিয়ে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰদান কৰা নাৰী শক্তি বঁটা, ভাৰত জ্যোতি বঁটা, টাইটান বি ম’ৰ কিংবদন্তি উপাধি, আৰু প্ৰজেক্ট মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা শ্ৰেষ্ঠ প্ৰকল্প বঁটাকে ধৰি বঁটা প্ৰদান কৰে।
-
হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে: হেম বৰুৱা (১৯১৫-১৯৭৭): অসমৰ এজন কবি আৰু ৰাজনীতিবিদ হেম বৰুৱা (১৮৯৩-১৯৪৫): ত্যাগবীৰ উপাধীৰে বিভূষিত অসমৰ এজন স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬): অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত…
-
হেলিৰ ধুমকেতু
হেলিৰ ধুমকেতু (ইংৰাজী: Halley's Comet), আনুষ্ঠানিকভাৱে 1P/Halley, হৈছে প্ৰতি ৭৫–৭৬ বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰা দেখা পোৱা এটা কম সময়ৰ ধুমকেতু। হেলিৰ ধুমকেতু হৈছে একমাত্ৰ জ্ঞাত হ্ৰস্বকালীন ধুমকেতু, যিটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা পোৱা একমাত্ৰ ধুমকেতু যিটো মানুহৰ জীৱনত দুবাৰকৈ দেখা যায়।
-
হৰ কী দূন
হৰ কী দূন বা হৰ কী দুন (Har Ki Doon) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ত অৱস্থিত এখন দোলনা সদৃশ ওলমি থকা উপত্যকা। এই অঞ্চলটো সেউজীয়া বুগিয়াল (উচ্চ পাৰ্বত্য তৃণভূমি)দ্বাৰা আবৃত। ই বৰফেৰে ঢাক খাই থকা শৃংগ আৰু আলপাইন উদ্ভিদেৰে পৰিপূৰ্ণ।
-
ঽ
ঽ (অৱগ্ৰহ) (সংস্কৃত: ऽ) হৈছে এটা চিহ্ন যি সংস্কৃত আৰু বহুতো ভাৰতীয় ভাষাত अ (অ') স্বৰৰ লোপ বা সংক্ষেপ চিহ্নিত কৰিবলৈ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, शिवोऽहम (শিবোঽহম্) অৰ্থাৎ ‘‘মই শিৱ’’।
-
১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১২৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 127A) হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোক পূৰ্বতে ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি) (National Highway 152(old)) বুলি জনা গৈছিল। এই ঘাইপথটো অসমৰ পাঠশালাত আৰম্ভ হৈ ভাৰত-সীমান্তত গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 38 কি.মি.।
-
১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 151, চমুকৈ NH 151) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ কৰিমগঞ্জত আৰম্ভ হৈ ভাৰত-বাংলাদেশত গৈ শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 14 কি.মি.।
-
১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।
-
১৯০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এই তালিকাখন ১৯০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা চাওক। এই তালিকা খনত ১৯০০ চনৰ আৰম্ভনিত পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।
-
১৯৬৪ চনৰ নিগাটা ভূমিকম্প
১৯৬৪ চনৰ নিগাটা ভূমিকম্প হৈছিল জাপানৰ স্থানীয় সময় অনুসৰি ১৩:০১ বজাত (০৪:০১ গ্ৰিনিজ মান সময়]) ১৬ জুনত। ভূমিকম্প মান আছিল ৭.৫ বা ৭.৬। এই ভূমিকম্পটোৱে নিগাটা চহৰৰ বহুত ক্ষতি সাধন কৰে সেয়ে এই ভূমিকম্পটোক নিগাটা ভূমিকম্প বোলা হয়। নিগাটা ভূমিকম্পত চহৰখনত বহুত ঠাইত মাটিৰ তৰলীকৰণ ঘটে।
-
২০১৪ বৰ্ষত অসম
২০১৪ হৈছে একবিংশ শতিকাৰ ১৪তম আৰু ২০১০ দশকৰ পঞ্চমটো বৰ্ষ। এই বৰ্ষটো বুধবাৰৰ পৰা আৰম্ভ হৈছে। ২০১৪ বৰ্ষত অসমৰ কেইটিমান উল্লেখযোগ্য ঘটনা হ’ল:
-
২০২৪ ইৰাণ–পাকিস্তান সংঘৰ্ষ
২০২৪ চনৰ ১৬ জানুৱাৰীত ইৰাণে পাকিস্তানত ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় আৰু পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত জৈছ উল আদলৰ কাৰ্যালয় ধ্বংস কৰে। পাকিস্তান চৰকাৰে এই আক্ৰমণক গৰিহণা দি পাকিস্তানৰ আকাশমাৰ্গৰ “অপ্ৰৰোচিত উলংঘা” বুলি অভিহিত কৰি দুটা শিশুৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।
-
২০২৪ ৱায়ানাড ভূমিস্খলন
২০২৪ ৱায়ানাড ভূমিস্খলন আছিল ভাৰতৰ কেৰালাৰ ৱায়ানাড় জিলাৰ পুঞ্জিৰিমাট্টম, মুণ্ডক্কাই, চুৰালমালা, আট্টামালা, মেপ্পাডি আৰু কুনহোম গাঁৱত ২০২৪ চনৰ ৩০ জুলাইৰ পুৱাৰ ভাগত সংঘটিত হোৱা একাধিক ভূমিস্খলন। প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ কাষসমূহ ভাঙি পৰিছিল, যাৰ ফলত অঞ্চলটোত বোকা, পানী আৰু শিলৰ ধাৰা নামি আহিছিল।
-
৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিম বংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।
-
৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31B, চমুকৈ NH 31B) অসমৰ উত্তৰ শ'লমৰা আৰু যোগীঘোপাৰ মাজত সংযোগ স্থাপন কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 19 কি.মি.।
-
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 38, চমুকৈ NH 38) হৈছে অসমৰ দুখন চহৰক সংযোগ কৰা এটা কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাকুম আৰু লেখাপানীক সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৪ কিঃমিঃ (৩৪ মাইল)।
-
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 51, চমুকৈ NH 51) হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ পাইকানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ (৯৩ মাইল)।
-
৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52B, চমুকৈ NH 52B) অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ (১৯ মাইল)।
-
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 53, চমুকৈ NH 53) হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 কি.মি.।
-
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 কি.মি.। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে।
-
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 61, চমুকৈ NH 61) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ হৈ অসমৰ জাঁজীত শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 240 কি.মি.। ইয়াৰে লাগালেণ্ডত আৰু 20 কি.মি. অসমত আছে।
-
ৰজা আৰ্থাৰ
ৰজা আৰ্থাৰ এগৰাকী সম্ভৱতঃ কাল্পনিক ব্ৰিটিছ নেতা। মধযুগীয় বুৰঞ্জী আৰু ৰ'মাঞ্চসমূহৰ মতে তেওঁ পঞ্চম আৰু ষষ্ঠ শতিকাত চেক্সন আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিছিল। আৰ্থাৰৰ বিষয়ে লোককথা আৰু সাহিত্যিক উদ্ভাৱনেৰেহে জনা যায় আৰু আৰ্থাৰৰ বাস্তৱ অস্তিত্বৰ বিষয়ে ইতিহাসবিদ একমত নহয়।
-
ৰাধিকা ৰাজে গেকৱাদ
ৰাধিকা ৰাজে গেকৱাদ: Radhika Raje Gaekwad (আনুষ্ঠানিকভাৱে আৰু শিৰোনামভাৱে বৰোদাৰ ৰাণী নামেৰে জনাজাত)
-
ৰাধে ৰাধে
ৰাধে ৰাধে,ৰাধেই ৰাধেই বুলিও কোৱা হয়, ভাৰতৰ ব্ৰজ অঞ্চলত শুভেচ্ছা আৰু প্ৰণাম বিনিময় হিচাপে ব্যৱহাৰ কৰা ব্ৰজ ভাষাৰ অভিব্যক্তি। এই অভিবাদন হিন্দু দেৱী ৰাধাৰ সৈতে জড়িত, যি কৃষ্ণৰ সংগী। বৃন্দাবন, বৰসনা, গোকুল, নন্দগাঁও, মথুৰা, গোবৰ্ধন আৰু ভান্দিৰবন আদি ব্ৰজ অঞ্চলৰ ৰাণী হিচাপে তেওঁক পূজা কৰা হয়।
-
ৰামধেনু (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ৰামধেনু নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * ৰামধেনু, আকাশত দেখা ৰঙীন এক পৰিঘটনা ৰামধেনু (আলোচনী), ১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী ৰামধেনু (চলচ্চিত্ৰ), ২০১১ চনত মুক্তি প্ৰাপ্ত মুনিন বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ), অসমীয়া ভাষাৰ সংগীতৰ দূৰদৰ্শন…
-
ৰাষ্ট্ৰীয় প্ৰতিজ্ঞা (ভাৰত)
ৰাষ্ট্ৰীয় প্ৰতিজ্ঞা হৈছে ভাৰত গণৰাজ্যৰ প্ৰতি নিষ্ঠা আৰু আনুগত্যৰ শপত। ইয়াক সাধাৰণতে ভাৰতীয়সকলে ৰাজহুৱা অনুষ্ঠানত, বিশেষকৈ বিদ্যালয়ত, আৰু স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপনৰ সময়ত একগোটভাৱে লোৱা হয়। ইয়াক সাধাৰণতে বিদ্যালয়ৰ পাঠ্যপুথি আৰু কেলেণ্ডাৰৰ উদ্বোধনী পৃষ্ঠাত প্ৰিণ্ট কৰা হয়।
-
ৰেৱতী লাহন
ৰেৱতী লাহন ( Reboti Lahon) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিবলগীয়া হয়৷ কাৰাবাসৰ মাজতেই তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হয় আৰু মুকলি হোৱাৰ কিছুদিন পাছতেই তেওঁৰ মৃত্যু হয়৷