বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷
পদাৰ্থ
বিচনা বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয়৷ কাঠ ইয়াৰ বহুল প্ৰচলিত পদাৰ্থ যদিও তাৰ উপৰিও ষ্টীল আদি ধাতুৰে নিৰ্মাণ কৰে৷ সৰ্বসাধাৰণতে বিচনাৰ ওপৰৰ অংশ কাঠ বা নিৰ্মাণ কৰা পদাৰ্থ বিধ থাকে যদিও আজিকালি অত্যাধুনিক বিচনাত কুচন জাতীয় আৱৰণ দিয়া দেখা যায়৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিচনা” প্ৰবন্ধৰ সংশোধন ৫২৮৫১৭ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।