এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভূমি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- − পানীৰে ঢাকি নৰখা পৃথিৱীৰ শুকান পৃষ্ঠভাগ
- − প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়।
- − ত্ৰিভুজৰ ভূমি
- − সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক সংখ্যা।
- - পৃথিৱী মাতৃক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱী৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৩৩৭৯৬৫ (১৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।