অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰী

বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী ( Bahire rong song, Bhitare Kowabhaturi) এখন উদ্দেশ্যধৰ্মী আৰু উপন্যাসৰ সমপৰ্যায়ৰ এখনি ব্যংগ ভাৱধাৰাৰ পুথি। ই হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই লিখা এখন পুথি। হেমচন্দ্ৰ বৰুৱাই এসময়ত “সোণাৰচাঁদ’’ ছদ্মনামেৰে লিখিছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী ( Bahire rong song, Bhitare Kowabhaturi) এখন উদ্দেশ্যধৰ্মী আৰু উপন্যাসৰ সমপৰ্যায়ৰ এখনি ব্যংগ ভাৱধাৰাৰ পুথি। ই হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই লিখা এখন পুথি। হেমচন্দ্ৰ বৰুৱাই এসময়ত “সোণাৰচাঁদ’’ ছদ্মনামেৰে লিখিছিল।১ অৰুণোদইৰ কেইবাটাও সংখ্যাত তেওঁ এই ছদ্মনামেৰে লিখিছিল, যদিও কেতিয়া তেওঁ এই নাম পৰিহাৰ কৰিছিল জনা নাযায়। বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী নামৰ উপন্যাসধৰ্মী ৰচনাৰ প্ৰথম কেইটামান খণ্ড তেওঁ এই ছদ্মনামেৰে লিখিছিল।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰী” প্ৰবন্ধৰ সংশোধন ৫২৭৩২৭ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।