অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বাচগোটি খানজাদা

বাচগোটি, বাচলগোটি বা বাচল, ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত সিঁচৰতি হৈ থকা এটা হিন্দু ৰাজপুত বংশ। ভাৰতত মুছলমান শাসনৰ সময়ত তেওঁলোকৰ বহুতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি বৰ্তমান বাচগোটি খানজাদা নামেৰে জনাজাত মুছলমান ৰাজপুত সম্প্ৰদায়ৰ অংশ হৈ পৰিছে।

হালনাগাদ: ৮ অক্টোবৰ ২০২৫ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বাচগোটি, বাচলগোটি বা বাচল,১২৩ ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ৰাজ্যত সিঁচৰতি হৈ থকা এটা হিন্দু ৰাজপুত বংশ। ভাৰতত মুছলমান শাসনৰ সময়ত তেওঁলোকৰ বহুতেই ইছলাম গ্ৰহণ কৰি বৰ্তমান বাচগোটি খানজাদা নামেৰে জনাজাত মুছলমান ৰাজপুত সম্প্ৰদায়ৰ অংশ হৈ পৰিছে। ই.জি.বেৰ’ৱে তেওঁৰ গ্ৰন্থত বাচল ৰাজপুতসকলে ভাৰতীয় সেনাবাহিনীৰ অংশ হিচাপে গঠিত হোৱাৰ কথা উল্লেখ কৰিছে,৪ বিশেষকৈ ৰাজপুতনা ৰাইফলছৰ।৫ ৰাজপুতৰ মাজত বৰগুজাৰসকলে বাচল ৰাজপুত সম্প্ৰদায়ৰপৰা পত্নী গ্ৰহণ কৰিছিল।৬৭৮৯১০১১৫

তথ্যসূত্ৰ

  1. ↑ K̲h̲ān̲, Rānā Muḥammad Sarvar. (2005). The Rajputs: History, Clans, Culture, and Nobility. Rana Muhammad Sarwar Khan. পৃ. 101
  2. ↑ (1903). Journal of the Asiatic Society of Bengal. Baptist Mission Press. পৃ. 123, 166
  3. ↑ Husain, Iqbal. (1994). The Ruhela Chieftaincies: The Rise and Fall of Ruhela Power in India in the Eighteenth Century. Oxford University Press. পৃ. 19,38. ISBN 978-0-19-563068-8
  4. ↑ Barrow, E. G. (1918). Barrow's Sepoy Officer's Manual: A Book of Reference for Infantry Officers of the Indian Army. Thacker, Spink & Company. পৃ. 198
  5. ↑ Sethna, A. M.; Katju, Valmiki. (1982). Traditions of a Regiment: The Story of the Rajputana Rifles. Lancers Publishers. পৃ. 41
  6. ↑ Bingley, A. H. (December 1996). Handbook on Rajputs. Asian Educational Services. পৃ. 44–46. ISBN 978-81-206-0204-5
  7. ↑ Fox, Richard G. (15 November 2023). Kin Clan Raja and Rule: State-Hinterland Relations in Preindustrial India. Univ of California Press. পৃ. 24–36. ISBN 978-0-520-32544-9
  8. ↑ Rao, Nitya; Rürup, Luise. (1997). A Just Right: Women's Ownership of Natural Resources and Livelihood Security. Friedrich Ebert Stiftung. পৃ. 242. ISBN 978-81-7440-044-4
  9. ↑ Fox, Richard G. (15 November 2023). Kin Clan Raja and Rule: State-Hinterland Relations in Preindustrial India. Univ of California Press. পৃ. 24–88. ISBN 978-0-520-32544-9
  10. ↑ Allāh, Niʻmat. (1958). Niamatullah's History of the Afghans. Santiniketan Press. পৃ. 139–140
  11. ↑ Lethbridge, Sir Roper. (1900). The Golden Book of India. A Genealogical and Biographical Dictionary of the Ruling Princes, Chiefs, Nobles, and Other Personages, Titled Or Decorated, of the Indian Empire. With an Appendix for Ceylon. S. Low, Marston & Company. পৃ. 233,269,270

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাচগোটি খানজাদা” প্ৰবন্ধৰ সংশোধন ৫৪২৫৮৬ (৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।