অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পদশিলা

পদশিলা অসমৰ সংস্কৃতি জগতৰ এটা বহু পুৰণি কৃষ্টি। শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে। অসমীয়া সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান।

হালনাগাদ: ১০ অক্টোবৰ ২০২৩ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পদশিলা অসমৰ সংস্কৃতি জগতৰ ১ এটা বহু পুৰণি কৃষ্টি। শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে। অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান।

লোক বিশ্বাস

অসমীয়া সমাজৰ লোকে বসবাসনামঘৰত প্ৰৱেশ কৰাৰ আগতে এই শিলক সেৱা জনায়। কিছুমানে নিজ গৃহকে মন্দিৰ বুলি ভাবি ঘৰৰ দুৱাৰমুখত শিল পাৰি লয়। যাত্ৰাকালত গৃহৰ এই শিলক নমস্কাৰ কৰাও দেখা যায়। এই শিলত ভৰি ধোৱা নিষেধ। এই শিলত বহিব নাপায় বুলি বিশ্বাস কৰে। পুৱা উঠিয়ে শিলত পানী দিয়াটো নিয়ম।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, ড০ সদানন্দ. (২০০৩). অসমৰ ভিন্ন গোষ্ঠীৰ সংস্কৃতি. অন্বষণ. পৃ. ৪৮

সম্পৰ্কিত শ্ৰেণী

পোখালি (অসম)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদশিলা” প্ৰবন্ধৰ সংশোধন ৩৮৬৭৯৮ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।