ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়:
- বাহু মাছ, প্ৰধান (ভাৰতীয়) কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ মাছ।
- মিৰিকা মাছ, মিৰিকা মাছ, ভাৰতীয় নদীত পোৱা কাৰ্প পৰিয়ালৰ এবিধ থলুৱা মাছ।
- Labeo rohita, ৰৌ মাছ, দক্ষিণ এচিয়াৰ নদীত পোৱা এবিধ কাৰ্প পৰিয়ালৰ মাছ।
লগতে চাওক
- এচিয়ান কাৰ্প
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় কাৰ্প” প্ৰবন্ধৰ সংশোধন ১৫১০৩১ (২৩ জুন ২০১৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।