অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফাৰেনহাইট

ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে।

হালনাগাদ: ৩ আগষ্ট ২০২৫ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ
Countries that use Celsius.}}
Countries that use Celsius.}}ছবি: Original: Liggliluff / New version: Carnby · CC BY-SA 4.0

ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে।১ আমেৰিকা যুক্তৰাষ্ট্ৰ সহ কিছু দেশ যেনেঃ ব্ৰাজিলত এতিয়াও ফাৰেনহাইট স্কেল ব্যৱহৃত হৈ আছে।২

তথ্যসূত্ৰ

  1. ↑ lamar.colostate.edu/~hillger/internat.htm,Metric usage and metrication in other countries |accessdate=December 11, 2009 }}
  2. ↑ url=http://www.hydromet.gov.bz/,Belize Weather Bureau |accessdate=May 9, 2008

সম্পৰ্কিত শ্ৰেণী

জোখ-মাখৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰেনহাইট” প্ৰবন্ধৰ সংশোধন ৫৩০০২৫ (৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।