মিত্ৰ আৰু বৰুণ ঋগবেদৰ প্ৰাচীন ভাৰতীয় শাস্ত্ৰত সঘনাই উল্লেখ কৰা দুজন দেৱতা।১ দুয়োকে আদিত্য অৰ্থাৎ অদিতিৰ পুত্ৰ বুলি গণ্য কৰা হয়; আৰু তেওঁলোক ঋতৰ সৎ ক্ৰমৰ ৰক্ষক। তেওঁলোকৰ সংযোগ ইমানেই ঘনিষ্ঠ যে সঘনাই মিত্ৰ–বৰুণ যুৰীয়া নামত এওঁলোকৰ সংযোগ ঘটে।
১৯৪০ চনত জৰ্জ ডুমেজিলৰ আদি ভাৰত-ইউৰোপীয় পৌৰাণিক কাহিনীৰ এখন গ্ৰন্থৰ শিৰোনাম হৈছে মিত্ৰ-বৰুণ।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিত্ৰ-বৰুণ” প্ৰবন্ধৰ সংশোধন ৫৬৩০৬৮ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।