বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিলি
মিলি অসমৰ মিচিং জনগোষ্ঠীৰ মাজত ব্যৱহৃত এটা উপাধি। মিচিংসকলৰ বহুতো গু:মৃন অর্থাৎ গোত্ৰ দেৱতা দেখিবলৈ পোৱা যায়। যেনে― বমি, বকি, কন্দাৰ, জ:তৃৰ, ল:য়, চ:ব, লয়িং, ত:ৰি, পাংকং, বজু, জ:ব ইত্যাদি। সেই গোত্ৰ দেৱতাসমূহৰ অন্তৰ্গত 'বমি' নামৰ গোত্ৰ দেৱতাৰ উপাধি চাৰিটা হৈছে― মিলি, কুলি, কুটুম আৰু কামান।
-
মুকুট
মুকুট (Crown) হৈছে ৰজাসকলে নিজৰ ক্ষমতা আৰু মৰ্যাদাৰ প্ৰতীক হিচাপে পিন্ধা এক পৰম্পৰাগত মূৰৰ অলংকাৰ বা টুপী। মুকুট সাধাৰণতে সম্প্ৰসাৰণৰ দ্বাৰা, ৰাজতন্ত্ৰ বা ইয়াৰ দ্বাৰা সমৰ্থিত বস্তুৰ প্ৰতীক। বিশেষকৈ কমনৱেলথ দেশসমূহত এই শব্দটো নিজেই ৰাজতন্ত্ৰৰ বিমূৰ্ত নাম হিচাপে ব্যৱহাত হয়।
-
মুক্ত সম্পৰ্ক
মুক্ত সম্পৰ্ক (Open relationship) হ’ল এক অন্তৰংগ সম্পৰ্ক যিনেকি যৌনভাৱে বহুগামী। অৱশ্যে এই শব্দটো বহুবিবাহৰ পৰা পৃথক, কাৰণ ই সাধাৰণতে এনে সম্পৰ্কক বুজায় য’ত দুজন সংগীৰ মাজত প্ৰাথমিক আৱেগিক আৰু ঘনিষ্ঠ সম্পৰ্ক থাকে, ইয়াৰোপৰি আন মানুহৰ সৈতে যৌন বা আৱেগিক ঘনিষ্ঠতাৰ সম্ভাৱনাৰ প্ৰতিও দুয়োৰে মাজত…
-
মৃদুল কুমাৰ দত্ত
মৃদুল কুমাৰ দত্ত (ইংৰাজী: Mridul Kumar Dutta) অসমৰ এগৰাকী ৰাজনীতিবিদ। বৰ্তমান তেওঁ দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক।
-
মেকমোহন লাইন
মেকমোহন লাইন ১৯১৪ চনত চিমলা চুক্তিৰ জৰিয়তে বৃটেইন আৰু তিব্বতৰ দ্বাৰা মেকমোহন লাইনক স্বীকৃতি দিয়া হৈছিল। এই ৰেখাটোৱে উত্তৰ-পূব ভাৰত আৰু উত্তৰ বাৰ্মা (ম্যানমাৰ)ৰ সৈতে পূৱ হিমালয় অঞ্চলত দুয়োখন দেশৰ প্ৰভাৱৰ সংশ্লিষ্ট ক্ষেত্ৰবোৰ সীমিত কৰি ৰাখিছিল, যিবোৰ আগতে অনিৰ্ধাৰিত আছিল।
-
লয়
লয় হ'ল ছন্দৰ সুষম গতি। মাত্ৰা, অক্ষৰ, স্বৰ বা শব্দৰ সংখ্যানুপাতিক যি বিন্যাস কৰা হয় তাৰ ফলত চৰণবিশেষ পঢ়ি যাওতে পাঠকে যি তৰংগিত স্পন্দন অনুভৱ কৰে তাৰেই নাম লয়। ছন্দ আৰু লয়ৰ পাৰ্থক্য স্পষ্ট, কিন্তু বহুতেই দুয়োটাকে সমাৰ্থক বুলি গণ্য কৰে।
-
লাহৰিঘাট
উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ মৰিগাঁও জিলাত অৱস্থিত লাহৰীঘাট এখন সৰু চহৰ। "লাহৰিঘাট" নামটো "লাহৰি" আৰু "ঘাট" শব্দৰ পৰা উদ্ভৱ হৈছে, যিবোৰৰ ঐতিহাসিক তাৎপৰ্য আছে আৰু চহৰখনৰ অতীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
-
ষষ্ঠী (তিথি)
ষষ্ঠী (Shashthi, षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।
-
ষ্ট্ৰেট’প’জ
ষ্ট্ৰেট’প’জ (পূৰ্বতে মেছ’পিক বুলি কোৱা হৈছিল) বায়ুমণ্ডলৰ এটা স্তৰ, যিটো ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেছ’স্ফিয়াৰ স্তৰৰ মাজৰ সীমা। ষ্ট্ৰেট’স্ফিয়াৰত উচ্চতাৰ লগে লগে উষ্ণতা বৃদ্ধি পায় আৰু ষ্ট্ৰেট’প’জ হৈছে সেই অঞ্চল য’ত উষ্ণতা সৰ্বোচ্চ হয়।
-
সঞ্জনা গণেশান
সঞ্জনা গণেশন (Sanjana Ganesan জন্ম: ৬ মে' ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, এংকৰ আৰু ক্ৰিকেট খেলৰ সম্প্ৰচাৰক। সঞ্জনাই মডেল হিচাপে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল৷ বিগত সময়ছোৱাত তেওঁ ক্ৰীড়া উপস্থাপক আৰু ষ্টাৰ স্প’ৰ্টছৰ বাবে ক্ৰিকেট আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ বিশেষ অনুষ্ঠান আয়োজন কৰি আহিছে।
-
সপ্ত বৈকুণ্ঠ
গুৰু আসন তিনি প্ৰকাৰৰ; সিংহাসন,গৰুড়াসন আৰু ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খলপা কেইটাত দশৱতাৰ আৰু কৃষ্ণলীলা সমূহ হেঙুল হাইতালেৰে অঙ্কিত কৰা থাকে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়।
-
সপ্তভুজ
সপ্তভূজ ৭ ৰেখা খণ্ডৰে নিৰ্মিত বহুভূজ।
-
সময়ৰ মানকসমূহ
সময়ৰ মানক বুলিলে সময় জুখিবলৈ আৰু বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বহুমান্য পদ্ধতি সমূহকে বুজা যায়। এনে মানকসমূহ মানুহে পৰম্পৰাগতভাবে, বা সৰ্বসন্মতিক্ৰমে, বা চৰকাৰী বা আইনগত ভাবে বা বৈজ্ঞানিক প্ৰয়োজনত গ্ৰহণ কৰা বা উদ্ভাৱিত হ'ব পাৰে।
-
হুণ্ডি
হুণ্ডি হৈছে ভাৰতীয় মন্দিৰত ভক্তৰ পৰা নগদ ধন সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা দানৰ বাকচ বা দানপাত্ৰ। ২০১৬ চনত উচ্চ মূল্যৰ ভাৰতীয় বেংকনোটৰ বিমুদ্ৰাকৰণৰ সময়ত বন্ধ কৰা ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ হুণ্ডিত লুকুৱাই ৰখা হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ পাইছিল, য’ত নিৰীক্ষণ ইমান কঠোৰ নহয়।
-
ৠ
ৠ বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিয়া হৈছে।
-
ৡ
ৡ (দীৰ্ঘ লি) বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিছা হৈছে।
-
১৭ ফেব্ৰুৱাৰী
১৭ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৭টা দিন (অধিবৰ্ষত ৩১৮ দিন) বাকী থাকে।
-
১৮ অক্টোবৰ
১৯২৫ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷ ১৯৬৫ - জাকিৰ আব্দুল কৰিম নাইক, ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক। ১৯৭৭ - জ্যোতিকা সাৰাৱানন, ভাৰতীয় অভিনেত্ৰী। ১৯৮৪ - ফ্ৰিডা ছেলেনা পিণ্টো, ভাৰতীয় অভিনেত্ৰী।
-
১৮ মে'
১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়। ১০৪৮ - ওমৰ খৈয়াম, ইৰাণৰ কবি, দাৰ্শনিক। (মৃ.০৪/১২/১১৩১) ১৮৭২ - বাৰ্ট্ৰেণ্ড ৰাছেল, ইংৰাজ বিজ্ঞানী, শিক্ষাবিদ, দাৰ্শনিক, লেখক আৰু সাহিত্যত নোবেল বিজয়ী। (মৃত্যু: ২ ফেব্ৰুৱাৰী, ১৯৭০) ১৯০৫ - হেডলি ভেৰিটি, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
-
১৯ মাৰ্চ
১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী। ১৯৫৫ - ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা। ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী। ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক। ২০০৫ - নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
-
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল। ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত।
-
২ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২০২২ চন
২০২২ (2022, MMXXII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ…
-
২০২৬ চনত মৃত্যু
মূল প্ৰবন্ধ: ২০২৬ চন শ্যাম বিহাৰী লাল, ৬০, ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য। এল. গণেশন, ৯১, ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। সুৰেশ কালমাদি, ৮১, ভাৰতীয় ৰাজনীতিবিদ আৰু ক্ৰীড়া প্ৰশাসক। মাধৱ গাডগিল, ৮৩, ভাৰতীয় পৰিৱেশবিদ আৰু পৰিৱেশবিজ্ঞানী।
-
২৫ মে'
২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়। ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।
-
২৭ জুন
১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত। ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক।
-
২৭ মাৰ্চ
মাৰ্চ ২৭ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।
-
২৯ ফেব্ৰুৱাৰী
২৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
-
৩ জুলাই
১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন। ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে। ১৮৮৩ - ফ্ৰান্জ কাফ্কা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
-
৩০ জুন
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-