পসেনদি (पसेनदि পসেনদি; प्रसेनजित् প্ৰসেনজিৎ; খ্ৰীষ্টপূৰ্ব ৬ম শতিকা) কোসলৰ এজন ঐক্ষ্বাক শাসক আছিল। শ্ৰাৱস্তী আছিল তেওঁৰ ৰাজধানী। সঞ্জয় মহাকোসলৰ পিছত তেওঁ সিংহাসনত আৰোহণ কৰে।১ তেওঁ গৌতম বুদ্ধৰ এজন বিশিষ্ট উপাসক (সাধাৰণ অনুগামী) আছিল, আৰু বুদ্ধৰ বাবে বহুতো বৌদ্ধ মঠ নিৰ্মাণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Raychaudhuri H. (1972). Political History of Ancient India, Calcutta: University of Calcutta, pp.90,176
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পসেনদি” প্ৰবন্ধৰ সংশোধন ৩৩১৩৮৩ (২৪ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।