বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
৩০ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37A, চমুকৈ NH 37A) অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো কুঁৱৰীতলৰ পৰা আৰম্ভ হৈ তেজপুৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ২৩ কিঃমিঃ (১৪ মাইল)।
-
৪ মাৰ্চ
১৯৫১ - নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়। ১৮৫৬ - তৰু দত্ত, ভাৰতীয় অনুবাদক আৰু কবি। ১৮৯২ - যতীন্দ্ৰ নাথ দুৱৰা, অসমীয়া সাহিত্যিক। ১৯২২ - দীনা পাঠক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৭১ - তাৰা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। ১৯৭৪ - প্ৰিয়া কুমাৰ, ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা।
-
৯ মে'
১৯৫৫ - শীতল যুদ্ধ: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে। ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা। ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক। ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
-
ৰঙিয়া ৰেলৱে সংমণ্ডল
ৰঙিয়া ৰেলৱে সংমণ্ডল (ইংৰাজী: Rangiya railway division) ভাৰতীয় ৰেলৱেৰ উত্তৰ-পূব সীমান্ত ৰেলৱে জ'নৰ অন্তৰ্গত পাঁচটা ৰে'ল বিভাগৰ ভিতৰত অন্যতম৷ ২০০৩ চনৰ ১ এপ্ৰিলত আলিপুৰদুৱাৰ ৰেল বিভাগৰ পৰা গঠন হোৱা এই ৰেল বিভাগটো অসম ৰাজ্যৰ ৰঙিয়াত ইয়াৰ মুখ্য কাৰ্যালয়৷ গুৱাহাটীৰ মালিগাঁৱত মুখ্য কাৰ্যালয় থকা উত্তৰ…
-
ৰাগ বিহাগ
ৰাগ বিহাগ হৈছে এটা হিন্দুঃস্থানী শাস্ত্ৰীয় ৰাগ (ইংৰাজীত raag বুলিও লিখা হয়) যি বিলাৱল ঠাট ৰ অন্তৰ্গত। বিহাগে সাতটা সংগীত স্বৰ ব্যৱহাৰ কৰে, আৰু দুয়োটা মধ্যম (শুদ্ধ আৰু তীব্ৰ) ব্যৱহাৰ কৰা হয়। শুদ্ধ মধ্যম অধিক গুৰুত্বপূৰ্ণ; তীব্ৰ মধ্যম কেৱল পঞ্চমৰ সৈতে পি এ ম' গ ম গ বাক্যাংশত ব্যৱহাৰ কৰা হয়।
-
অ (বঙালী)
অ (বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ। ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।
-
অ'ডিট
অ'ডিট বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য।
-
অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা
০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম। কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়।
-
অগ্নিগড় (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অগ্নিগড় নামে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: অগ্নিগড়: তেজপুৰত অৱস্থিত ইতিহাসপ্ৰসিদ্ধ স্থান। অগ্নিগড় (ভাওনা): ভাওনাত শিল্পীসকল পাৰ হোৱা তোৰণ। অগ্নিগড় (চলচ্চিত্ৰ): এখন অসমীয়া চলচ্চিত্ৰ।
-
অনুপম শইকীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অসমৰ একাধিক ব্যক্তিক অনুপম শইকীয়া নামেৰে জনা যায়। অনুপম শইকীয়াই তলৰ ব্যক্তিসকলক বুজাব পাৰে: অনুপম শইকীয়া (গণিতজ্ঞ): অসমৰ এগৰাকী গণিতজ্ঞ আৰু অধ্যাপক অনুপম শইকীয়া (কণ্ঠশিল্পী): অসমৰ এগৰাকী কণ্ঠশিল্পী
-
অপাৰেচন বিজয়
অপাৰেচন বিজয় বুলিলে তলৰ বিষয় দুটা বুজায়: অপাৰেচন বিজয় (১৯৬১), গোৱা, দমন আৰু দিউ আৰু আঞ্জিদিৱা দীপপূঞ্জ দখল কৰিবলৈ ভাৰতীয় সেনাই কৰা অভিযান অপাৰেচন বিজয় (১৯৯৯) বা কাৰ্গিল যুদ্ধ, কাৰ্গিল পুনৰোদ্ধাৰৰ বাবে ভাৰতীয় সেনাই কৰা যুদ্ধ অভিযান
-
অমূলক ভীতিৰ তালিকা
অমূলক ভীতি বা ফ’বিয়া বা অস্বাভাৱিক ভয়ক যিকোনো বস্তু বা ঠাইৰ প্ৰতি থকা স্থায়ী/দীৰ্ঘদিনীয়া ভয় বুলি বৰ্ণনা কৰা হয়। যাৰ ফলত ভুক্তভোগীয়ে ইয়াক সঁচা হ’ব বুলি ভাবি বহুদিন ইয়াৰপৰা আঁতৰি থাকে বা মানসিক চাপত থাকে আৰু চিন্তাৰ বিষয় এয়া যে, কেতিয়াবা সেয়া মাৰাত্মক হৈ উঠে।
-
অশোক (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অশোক শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * অশোক - প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ শাসক অশোকসুন্দৰী - হিন্দু দেৱী অশোক চক্ৰ - ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন অশোক চক্ৰ - ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক অশোক বন - লংকাৰ…
-
অসমত দেখা পোৱা পখিলাবোৰ
শৈলেন্দ্ৰ মোহন দাস, মৃণালী নেওগ দাস; 'চাতকনেজীয়া পখিলাবোৰ';প্ৰান্তিক-১৬/১২/২০১০; পৃষ্ঠা-২৮-৩০।
-
অসমত দেখা পোৱা বান্দৰৰ তালিকা
-
অসমলৈ মুছলমানৰ আগমন
ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান। আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ। অসম(পূৰ্বৰ কামৰূপ)ৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল। কাৰূপৰ ৰজা কামেশ্বৰে ইছমাইলৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।
-
অসমীয়া প্ৰসাধন সামগ্ৰী
পুৰণি অসমত সুগন্ধি দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰীৰ অভাৱ নাছিল। বাণভট্টৰ হৰ্ষচৰিতে প্ৰমাণ দিয়ে যে অসম দেশ অগৰু, চন্দন,কাঠ,কস্তুৰী মৃগ আৰু গো শীৰ্ষৰ কাৰণে খ্যাত আছিল।
-
অসমৰ পোক - পৰুৱা
অসমৰ পোক পৰুৱা বুলিলে সাধাৰণতে অসমৰ প্ৰাকৃতিক পৰিৱেশত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পতংগ আদিক বুজা যায়। অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন-জংঘলৰ পৰিমাণ বেছি বাবেই এই ভূখণ্ডত পোক পৰুৱাৰ সংখ্যা আগণন।
-
অসমৰ পোক-পৰুৱা
অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন -জংঘল বহুত হোৱা দেখা পোৱা যায়। গতিকে এই ভূখণ্ডত পোক পৰুৱাও আগণন। সকলোৰে পৰিচিত কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল - আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম…
-
অসমৰ প্ৰতীক
অসমৰ প্ৰতীক বৰ্তমান ভাৰতৰ অসম ৰাজ্যই চৰকাৰী ব্যৱহাৰৰ বাবে কোনো সুকীয়া প্ৰতীক গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে ওপৰত "অসম ছৰকাৰ" আৰু তলত "Government of Assam" শব্দৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ব্যৱহাৰ কৰে।
-
অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ
অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ # ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ: কচুগাঁও -ছিদলী।
-
আই (ইংৰাজী সৰ্বনাম)
ইংৰাজী ভাষাত আই (I) এটি ব্যক্তিগত সৰ্বনাম, যিয়ে 'মই' বুজাই। আই সদায় বৰফলাত লিখা হয়। মি (মোক), মাই (মোৰ), মাইন (মোৰ), মাইছেল্ফ (মই নিজেই) আইৰ আন আন ৰূপ।
-
আখুনি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
আখুনি নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: আখুনি (খাদ্য): বিশেষ উপায়েৰে সংৰক্ষিত চয়াবীনৰ এবিধ খাদ্য আখুনি (চলচ্চিত্ৰ): ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ
-
আটাইতকৈ দামী আলোকচিত্ৰৰ তালিকা
এই পৃষ্ঠাত আটাইতকৈ দামী আলোকচিত্ৰৰ এখন তালিকা (মাৰ্কিন ডলাৰত অন্যথা তালিকাত উল্লেখ কৰা হৈছে) দিয়া হৈছে।
-
আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: সাধাৰণ ধাৰণা: খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা ভাৰতত ব্যৱহাৰ: আদিবাসী: ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ অনুসূচীত জনজাতি: ভাৰতৰ…
-
আমেৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
আমেৰিকাই তলৰ প্ৰৱন্ধসমূহো বুজাব পাৰে:
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা
দল সমূহ
-
আৰ্ঘন
আৰ্ঘনসকল স্থানীয় লাডাখী সম্প্ৰদায়ৰ সৈতে মিলি যোৱা ইয়াৰকাণ্ড আৰু কাশ্মীৰৰপৰা অহা অনুপ্ৰৱেশকাৰীৰ বংশধৰসকলৰ এটা সৰু সম্প্ৰদায়, মূলতঃ ভাৰতৰ লাডাখৰ লেহ আৰু কাৰ্গিল চহৰত বাস কৰে। তেওঁলোক চুন্নী মুছলমান।
-
আৱিষ্কাৰ আৰু আৱিষ্কাৰক
আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল: