ভাৰত ৰত্ন (भारत रत्न) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।১ ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।২
তালিকা
| # | চন | ব্যক্তিৰ নাম | আলোকচিত্ৰ | অৱদানৰ ক্ষেত্ৰ |
|---|---|---|---|---|
| ১ | ১৯৯৯ | গোপীনাথ বৰদলৈ | প্ৰশাসনিক সেৱা | |
| ২ | ২০১৯ | ভূপেন হাজৰিকা | কলা |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত ৰত্ন প্ৰাপক অসমীয়াৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৩০১৬৬ (৩১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।