অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মি এট দ্য জু

মি এট দ্য জু ইউটিউবত আপল'ড হোৱা প্ৰথম ভিডিঅ'। ছাইটৰ সহ-সংস্থাপক জাৱেদ কৰীমে জাৱেদ ব্যৱহাৰকাৰী নামেৰে ২৩ এপ্ৰিল ২০০৫ত এই ভিডিঅ' আপল'ড কৰিছিল। তেওঁ সেইদিনাই নিজৰ ইউটিউব একাউণ্ট সৃষ্টি কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মি এট দ্য জু ইউটিউবত আপল'ড হোৱা প্ৰথম ভিডিঅ'। ছাইটৰ সহ-সংস্থাপক জাৱেদ কৰীমে জাৱেদ ব্যৱহাৰকাৰী নামেৰে ২৩ এপ্ৰিল ২০০৫ত এই ভিডিঅ' আপল'ড কৰিছিল।১২৩

তেওঁ সেইদিনাই নিজৰ ইউটিউব একাউণ্ট সৃষ্টি কৰিছিল।৪

১৯ ছেকেণ্ডৰ ভিডিঅ'টোত জাৱেদ হাতীৰ সন্মুখলৈ যায় আৰু প্ৰশংসা কৰে। ভিডিঅ'টো য়'ক'ব লেপিটস্কিয়ে তুলিছিল।৫৬

লিখিত প্ৰতিলিপি আৰু কেপ্‌চন

ইউটিউব কেপ্‌চন:

All right, so here we are in front of the elephants, the cool thing about these guys is that they have really, really, really long trunks, and that's, that's cool. And that's pretty much all there is to say.

অসমীয়া অনুবাদ:

ঠিক আছে, এয়া আমি হাতীবোৰৰ সন্মুখত আছোঁ, এওঁলোকৰ ভাল কথা এই যে ইহঁতৰ খুব দীঘল শূৰ আছে আৰু সেয়া ভাল লগা কথা। এয়াই মই ক'বলগীয়া সকলো।

তথ্যসূত্ৰ

  1. ↑ हार्ट्ली, मैट. (February 19, 2010). Ten of YouTube's most influential videos. कैनवेस्ट
  2. ↑ McGuinness, Ross. (April 15, 2010). Elephants to Gaga. Metro. পৃ. 34
  3. ↑ Meltzer, Tom; Phillips, Sarah. (October 23, 2009). G2: A First Time For Everything. द गार्ज़ियन (लंदन). পৃ. 14
  4. ↑ jawed - YouTube. यूट्यूब
  5. ↑ Hoby, Hermione; Tom Lamont. (April 11, 2011). How YouTube made superstars out of everyday people. The Observer. गार्ज़ियन मीडिया ग्रुप
  6. ↑ Heffernan, Virginia. (September 6, 2009). Uploading the Avant-Garde. The New York Times

সম্পৰ্কিত শ্ৰেণী

ইউটিউব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মি এট দ্য জু” প্ৰবন্ধৰ সংশোধন ৩৮২৬১৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।