অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নৱভুজ

নৱভূজ ৯ ৰেখা-খণ্ডৰে নিৰ্মিত ৱহুভূজ।

হালনাগাদ: ৩১ জানুৱাৰী ২০১৮ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নৱভূজ ৯ ৰেখা-খণ্ডৰে নিৰ্মিত ৱহুভূজ।১

নিৰ্মাণ

৯=৩২ ফাৰ্মেট মৌলিক সংখ্যাৰ গুণনফল নহয়। সেয়ে সকলো ৰেখা-খণ্ড আৰু সকলো কোণ সমান থকা নৱভূজ কেৱল কম্পাছ আৰু চিধা মাৰিৰে নিৰ্মাণ কৰিব পৰা নাযায়। পিচে আগৰে পৰা প্ৰায় সমান ৰেখাখণ্ড আৰু কোণ থকা নৱভূজ নিৰ্মাণ কৰা হৈছে। তলত কিছু প্ৰক্ৰিয়া দিয়া হ'ল--

Approximated Nonagon Inscribed in a Circle.gif
ছবি: Aldoaldoz · CC BY-SA 3.0
01-Neuneck-Animation.gif
ছবি: Petrus3743 · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ শব্দ ডট অৰ্গ

সম্পৰ্কিত শ্ৰেণী

বহুভুজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱভুজ” প্ৰবন্ধৰ সংশোধন ১৭৩৯৭২ (৩১ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।