অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১ জানুৱাৰী

৩১ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

৩১ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

জন্ম

মৃত্যু

  • ১৮৮৮ - জন বস্ক', জনপ্ৰিয় নাম ছেইণ্ট ডন বস্ক’, ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ।
  • ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী। (জন্ম. ১৯৮৭)
  • ২০০৪ - সুৰাইয়া জামাল শ্বেখ, ভাৰতীয় অভিনেত্ৰী।
  • ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিনেত্ৰী।

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৭৮৫৮৪ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।