জন্ম
- ১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ (মৃত্যু: ১৮২৮)।
- ১৮৪৪ - পল ভেৰ্লেন, ফৰাচী কবি (মৃত্যু: ১৮৯৬)।
- ১৮৫৩ - ভিনচেণ্ট ভেন গঘ, ওলন্দাজ চিত্ৰশিল্পী।
- ১৯০৮ - দেৱিকা ৰাণী, ভাৰতীয় অভিনেত্ৰী।
- ১৯০৯ - ললিতাম্বিকা অন্তৰ্জনম, ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক।
- ১৯৭৯ - ন’ৰা জ’নছ, আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী।
- ১৯৮৩ - নিথিন কুমাৰ ৰেড্ডী, ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
- ২০০০ - লালৰেমচিয়ামী মাৰ, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
- ১৬৬৩ - মীৰ জুমলা, মোগল সেনাপতি।
- ১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা, অসমীয় শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক। (মৃত্যু: ১৬ অক্টোবৰ, ১৯০৮)
- ২০০২ - আনন্দ বক্সী, ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। (জন্ম: ২১ জুলাই, ১৯৩০)
দিৱস
- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৫১৪৫৬ (২৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।