ঘটনাৱলী
- ১৯৫০ - ভাৰত আৰু পাকিস্তানৰ মাজত 'লিয়াকত-নেহৰু' চুক্তি স্বাক্ষৰিত হয়।
- ১৯৬২ - পাৰস্য উপসাগৰত ব্ৰিটিছ জাহাজত বোমা বিস্ফোৰণ হহৈ প্ৰায় ২৩৬জন নিহত হয়।
জন্ম
- ১৯৩৮ - ক'ফি আন্নান, ঘানাৰ কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব। (মৃ. ২০১৮)
- ১৯৭৯ - অমিত ত্ৰিবেদী, ভাৰতীয় সংগীত পৰিচালক।
- ১৯৮৯ - স্বেতা শেট্টী, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
মৃত্যু
- ১৮৯৪ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী সাহিত্যিক। (জ. ১৮৩৮)।
- ১৯৪৯ - জদ্দনবাঈ হুছেইন, ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা।
- ১৯৭৩ - পাব্ল' পিকাছ', স্পেনৰ চিত্ৰশিল্পী। (জ. ১৮৮১)
- ২০০৮ - শৰণৰাণী বাকলিৱাল, ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ।
- ২০১৪ - এদ্ৰিয়ান ৱেডৱিত্জ, আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ।
- ২০১৫ - জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা।
দিৱস
- আন্তৰ্জাতিক ৰোমানি দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫২৮৪৪ (৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।