এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৮৯৫ - জাৰ্মানীৰ ৰ’য়েণ্টজেনে ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে।১
- ১৭৯৩ - পেৰিছত লুভেৰ যাদুঘৰ মুকলি কৰা হয়।১
জন্ম
- ১৬৫৬ - এডমাণ্ড হেলি, ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী।১
- ১৯০৮ - ৰাজা ৰাও, প্ৰসিদ্ধ সাহিত্যিক।১
- ১৯১৭ - কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।
- ১৯২০ - চিতাৰা দেৱী, ভাৰতীয় নৃত্য পটীয়সী।
- ১৯২৭ - এল. কে. আদৱানি, ভাৰতীয় ৰাজনীতিক।
- ১৯৩৮ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
- ২০০১ - অৱনী লেখাৰা, ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ।
মৃত্যু
- ১৯৬৬ - কুমুদেশ্বৰ বৰঠাকুৰ, অসমীয়া সাহিত্যিক।
দিৱস
- বিজয় দিৱস (আজেৰবাইজান)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৫১ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।