জন্ম
- ১৯৫১ - দীপক ধৰ, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯৬০ - ডিয়েগ' মাৰাড'না, আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ।
- ১৯৬১ - ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ, ৰাছিয়ান সাংবাদিক।
- ১৯৬২ - বি. ভি. নাগৰত্না, ভাৰতীয় ন্যায়াধীশ।
- ১৯৬৫ - মৃণাল কান্তি দাস, অসমীয়া চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ - ভূপেন বৰা, অসমৰ ৰাজনীতিবিদ।
- ১৮৮৫ - এজৰা পাউণ্ড, এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
মৃত্যু
- ১৮৮৩ - দয়ানন্দ সৰস্বতী, ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা।
- ১৯২৯ - নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা।
- ১৯৭৪ - বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৬১১৫৮১ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।