৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)। ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ (২১ মাইল), নাগালেণ্ডত ১০০ কিঃমিঃ (৬২ মাইল) আৰু মণিপুৰত ২১১ কিঃমিঃ (১৩১ কিঃমিঃ) আছে। ১
সংযোজিত ঠাইসমূহ
- গোলাঘাট
- গৰমপানী
- বৰপথাৰ
- নাওজান
- বোকাজান
- ডিমাপুৰ
- ক'হিমা
- সেনাপতি
- কাঙপকপি
- মতবুঙ
- চাৰ্হাজাৰে
- কাঙ্লাটঙবি
- ইম্ফাল
- থৌবল
- খাঙাবক
- পালেল
- টেঙনাওপাল
লগতে চাওক
- List of National Highways in India
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৭২৭৬২ (৩০ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।