অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯

৯ (ন) ৮ৰ পিছৰ আৰু ১০ৰ আগৰ স্বাভাৱিক সংখ্যা

হালনাগাদ: ৩০ মে’ ২০১৯ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

৯ (ন) ৮ৰ পিছৰ আৰু ১০ৰ আগৰ স্বাভাৱিক সংখ্যা

বৰ্ণমালা আৰু সংকেত

  • নাট' ফ'নেটিক এল্ফাবেটত ৯ক 'নাইনাৰ' বোলা হয়
  • পঞ্চ-সাংখ্যিক প্ৰড্যুচ পিএলয়ু ক'ডছ যি ৯ৰে আৰম্ভ হ'য়, অৰ্গেণিক হয়

আন্তৰ্জালত

  • দ্য নাইন অন য়াহু! এক দৈনিক চলচ্চিত্ৰ সংগ্ৰহ প্ৰদৰ্শনী, মাৰিয়া চেনচনেৰ দ্বাৰা চালিত। এই প্ৰদৰ্শনীত দিনটোৰ ৯ শ্ৰেষ্ট ৱেব বিচাৰ দেখুৱা হয়

গণিতত

গণিতত, ৯ এক যৌগিক সংখ্যা। ৯ৰ বিভাজক হ'ল ১, ৩ আৰু ৯। ৯ এক মটজকিন সংখ্যা।১ ই প্ৰথম যৌগিক লাকি সংখ্যা আৰু প্ৰথম যৌগিক সংখ্যা যি ২ৰ গুণক নহয়। ই একমাত্ৰ নিৰ্ভুল ঘাট যি আন এক নিৰ্ভুল ঘাটতকৈ একৰ ব্যৱধানত। এই তথ্য মিহাইলেস্কুৰ থিয়ৰেমত পোৱা যায়

কিছু গণনা

Multiplication12345678910111213141516171819202122232425501001000
9 × ''x9182736455463728190991081171261351441531621711801891982072162254509009000
Division123456789101112131415
9 ÷ ''x94.532.251.81.51.2857141.12510.90.810.750.6923070.64285710.6
x'' ÷ 90.10.20.30.40.50.60.70.811.11.21.31.41.51.6
Exponentiation12345678910111213
99817296561590495314414782969430467213874204893486784401313810596092824295364812541865828329
x1512196832621441953125100776964035360713421772838742048910000000002357947691515978035210604499373
Radix151015202530405060708090100
1101201301401502002505001000100001000001000000
x''91511916922927933944955966977988911091219
1329143915491659176924293079615913319146419162151917836619

তথ্যসূত্ৰ

  1. ↑ Sloane's A001006: Motzkin numbers. The On-Line Encyclopedia of Integer Sequences. OEIS Foundation

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯” প্ৰবন্ধৰ সংশোধন ১৯৬০৭৭ (৩০ মে’ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।