অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৮ ফেব্ৰুৱাৰী

৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৩ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী

  • ২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্‌চৰ আৰম্ভণি কৰা হৈছিল।

জন্ম

মৃত্যু

  • ২০১৭ – পিটাৰ মেন্সফিল্ড, ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক। (জন্ম ১৯৩৩)
  • ২০১৯ - ভাগৱত পেটেল, মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ।

অন্যান্য

  • প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্ট্ৰীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
  • প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৫৫৫৪ (১৩ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।