অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অক্সিন

অক্সিন (ইংৰাজী: Auxin) উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰম'ন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২০ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অক্সিন (ইংৰাজী ভাষা: Auxin) উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰম'ন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে। ৰসায়নাগাৰত কৃত্ৰিম উপায়েৰেও অক্সিন প্ৰস্তুত কৰিব পৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা

সম্পৰ্কিত শ্ৰেণী

হৰম'ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্সিন” প্ৰবন্ধৰ সংশোধন ২৫৫০১৩ (১৮ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।