অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কন্ৱ

কন্ব ত্ৰেতাযুগৰ এজন প্ৰাচীন হিন্দু ঋষি আছিল। তেওঁ ঋগবেদৰ কিছুমান গীত লিখিছিল বুলি কোৱা হৈছে। তেওঁ অংগিৰসসকলৰ অন্যতম আছিল। তেওঁক ঘোৰাৰ পুত্ৰ বুলি কোৱা হৈছে যদিও এই বংশ “প্ৰগথা কন্ব’’ৰ, পৰৱৰ্তী যি বহুতো কন্ৱ আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

কন্ব ত্ৰেতাযুগৰ এজন প্ৰাচীন হিন্দু ঋষি১ আছিল। তেওঁ ঋগবেদৰ কিছুমান গীত লিখিছিল বুলি কোৱা হৈছে।২৩ তেওঁ অংগিৰসসকলৰ অন্যতম আছিল।৪ তেওঁক ঘোৰাৰ পুত্ৰ বুলি কোৱা হৈছে যদিও এই বংশ “প্ৰগথা কন্ব’’ৰ, পৰৱৰ্তী যি বহুতো কন্ৱ আছিল।৫৬ কিন্তু পুৰাণ সাহিত্যত তেওঁৰ বাবে আন বেলেগ বেলেগ বংশ আছে, এটা অপ্ৰতিৰথৰ পুত্ৰ আৰু ৰজা মতিনাৰৰ নাতি হিচাপে আৰু আনটো অপ্ৰতিৰথৰ (অতিৰথ) ভাতৃ তনছুৰ নৱম প্ৰজন্মৰ বংশধৰ অজমিধৰ পুত্ৰ বা মাটিনাৰৰ সমসাময়িক অজমিধৰ পুত্ৰ।৬৭ এই শেষৰটোৱেই আধুনিক সহমত যেন লাগে।৬৮ তেওঁক কেতিয়াবা সপ্তৰ্ষিৰ তালিকাতো অন্তৰ্ভুক্ত কৰা হয়।১ কন্বৰ এজন পুত্ৰ মেধাতিথি আছিল।৭৮ কন্বক শকুন্তলাৰ দত্তক পিতৃ বুলিও মহাভাৰতত উল্লেখ আছে।

  • কন্ৱ (কৰ্ণেশ) শুক্ল যজুৰ বেদৰ এটা বৈদিক শাখাৰ প্ৰতিষ্ঠাপকৰো নাম, আৰু সেয়েহে হিন্দু ধৰ্মৰ সেই ধৰ্মতত্ত্ব শাখাৰ নাম কন্বশাখা।৯১০
  • কন্ব (কৰ্ণেশ) কেইবাজনো ৰাজকুমাৰ আৰু বংশৰ প্ৰতিষ্ঠাপক আৰু কেইবাজনো লেখকৰ নামো।।
  • কন্বসকল (কৰ্ণেশ) ৰজা বাসুদেৱ কন্ৱৰ (খ্ৰীষ্টপূৰ্ব ১ম শতিকা) বংশধৰ।১১
  • কন্বসকলো আত্মাৰ এটা শ্ৰেণী, যাৰ বিৰুদ্ধে অথৰ্ববেদৰ ২.২৫ নং গীতটো মন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Dowson, John. (2000). Kanva. D. K. Printworld. পৃ. 154. ISBN 81-246-0108-9
  2. ↑ Arya. (1866). ऋग्वेद संहिता. Motilal Banarsidass. ISBN 9788171101382
  3. ↑ Macdonell, Arthur Anthony; Keith, Arthur Berriedale. (1912). Vedic Index of Names and Subjects. Motilal Banarsidass. পৃ. 134. ISBN 9788120813328
  4. ↑ Monier-Williams, Sir Monier. (1899). A Sanskrit-English dictionary. Motilal Banarsidass. পৃ. 246. ISBN 978-81-208-0065-6
  5. ↑ Patton, Laurie L. (1996). Myth as Argument: The Brhaddevata as Canonical Commentary. Walter de Gruyter. পৃ. 270. ISBN 3-11-013805-0
  6. ↑ Pargiter, F. E. (1997). Ancient Indian Historical Tradition. Motilal Banarsidass. পৃ. 226–228. ISBN 978-81-208-1486-8, a reprint of the 1922 London Oxford University Press edition
  7. ↑ Muir, John. (1872). Original Sanskrit Texts on the Origin and History of the People of India: Mythical and legendary accounts of the origin of caste, with an enquiry into its existence in the Vedic age. Trübner. পৃ. 234–236
  8. ↑ Sarmah, Thaneswar. (1991). The Bharadvājas in Ancient India. Motilal Banarsidass. পৃ. 138–139. ISBN 978-81-208-0639-9
  9. ↑ For a brief summary of the shakhas as given in Shaunaka's see: Monier-Williams, A Sanskrit-English Dictionary, p. 1062, right column
  10. ↑ Dowson 2000, পৃ. 297
  11. ↑ Chaurasia, Radhey Shyam. (2002). History of Ancient India: Earliest Times to 1000 A.D.. Atlantic Publishers & Dist. পৃ. 132. ISBN 978-81-269-0027-5

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্ৱ” প্ৰবন্ধৰ সংশোধন ৫৬৩১৬০ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।