অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ৪ নৱেম্বৰ ২০২৫ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৫৭ - স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। ১

জন্ম

মৃত্যু

  • ১৯৪৭ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
  • ১৯৭৫ - ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ২০১২ - কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ২০১৪ - সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।
  • ২০২৫ - দীপক শৰ্মা, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক।২৩

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ, ২০১৮; www.niyomiyabarta.org/03112018/index.php
  2. ↑ (2005-01-20). The Telegraph - Calcutta: Northeast. Telegraphindia.com
  3. ↑ 0.00. (2011-07-16). Sumemr Eternal, Live Concert - Dipak Sarma with Neil Nongkynrih & the Shillong Chamber Choir by Rakesh Medhi on SoundCloud - Hear the world’s sounds. Soundcloud.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৪৭০৭৭ (৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।