৩ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬১ তম (অধিবৰ্ষত ৬২ তম) দিন।
ঘটনাৱলী
- ১৯৬৯ - ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।
জন্ম
- ১৮৩৯ - জামশেদজী টাটা, ভাৰতৰ উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক। (মৃত্যু: ১৯০৪)
- ১৮৪৭ - আলেকজেণ্ডাৰ গ্ৰাহাম বেল, ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক।
- ১৯৩১ - গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ১৯৩৭ - দেবেন্দ্ৰ নাথ আচাৰ্য, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক।
- ১৯৫৩ - জিক', ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ।
- ১৯৫৫ - যশপাল ভাট্টি, ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক।
- ১৯৮৭ - শ্ৰদ্ধা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৭ - মুনিবা মাজাৰি, পাকিস্তানী মানৱাধিকাৰ কৰ্মী।
- ১৯৯৭ - যোগেশ কাথুনিয়া, ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ।
- ২০০০ - হৰনাজ সান্ধু, ভাৰতীয় মডেল।
মৃত্যু
- ১৯৬৫ - আমিৰবাই কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
দিৱস
- বিশ্ব বন্যপ্ৰাণী দিৱস
- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (কুৱেইট)
- বিশ্ব শ্ৰবণ দিৱস
- বিশ্ব জন্ম-ত্ৰুটি দিৱস
- আন্তৰ্জাতিক কৰ্ণসেৱা দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৭৬০২ (৩ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।